নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কাকপথাৰত ভাৰতীয় সেনা শিবিৰত ভয়ংকৰ আক্রমণ, আহত ৩ সেনা জোৱান

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : কাকপথাৰত সেনা শিবিৰত এক ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। মাজনিশা প্রায় ১২.৩০ বজাত সংঘটিত হয় এই আক্রমণ। সেনা শিবিৰলৈ লক্ষ্য কৰি ৩টা UBGL নিক্ষেপ কৰে। সেনা বাহিনীৰ শিবিৰটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণো কৰে। প্ৰায় আধাঘণ্টা…

জল সংকট

‘পানী মৰে পিয়াহত অগ্নি মৰে জাৰত’ আপ্তবাক্যশাৰীৰ অর্থ বিশাল৷ আমি সাধাৰণভাৱে ক’বলৈ হ’লে পানীৰ মাজত থাকিও পানী খাবলৈ নাপাই পিয়াহত মৃত্যুবৰণ কৰাটোক বুজি ল’ব পাৰোঁ৷ সাম্প্রতিক বিশ্বত এনে এক পৰিস্থিতিৰে সৃষ্টি হৈছে৷ পানী আছে কিন্তু খাবলৈ, ব্যৱহাৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ অক্টোবৰ, আহিন মাহৰ ৩০ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণ একাদশী, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : শিল্পীসকলে কর্মত সফলতা লাভ কৰিব৷ দিনৰ ১২ বজাৰ পিছত যাত্রা কৰিলে যাত্রা শুভ হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷ বৃষ : দিনটো উন্নত হ’ব৷ শিৱৰ…

বাঁওহাতেৰে লিখি চতুৰ্থবৰ্গৰ চাকৰি লাভ মাজুলীৰ বিশেষভাৱে সক্ষম মনোৰঞ্জন কলিতাৰ

নিয়মীয়া বাৰ্তা, বনগাঁও, ১৬ অক্টোবৰ : এফালে শাৰীৰিক বাধা, আনফালে পাঁচজনীয়া  পৰিয়ালটো পোহপাল দিয়াৰ চিন্তা। সাগৰসম সমস্যাৰে যুঁজি মাজুলীৰ ভকতিদুৱাৰ গাঁৱৰ মনোৰঞ্জন কলিতাই চৰকাৰী নিযুক্তি লাভ কৰাৰ খবৰে অঞ্চলটোতে আনন্দৰ জোৱাৰ তুলিছে। সদ্যঘোষিত…

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ৪২ সংখ্যক নৱাগত আদৰণী সভা। আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ…

২১ অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক

ক্ষিপ্ৰগতিত আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদৰ তদন্ত ২১ অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ…

জুবিন গাৰ্গৰ স্মৃতিত চিৰাজুলি শাখা সাহিত্য সভাৰ শৰতকালীন সাহিত্য বৈঠক

নিয়মীয়া বাৰ্তা, চিৰাজুলি, ১৬ অক্টোবৰ : চিৰাজুলি শাখা সাহিত্য সভাই বৃহত্তৰ অঞ্চলটোত সাহিত্য চৰ্চাৰ পৰিৱেশ নিৰ্মাণৰ লক্ষ্যৰে স্থানীয় ন-পুৰণি সাহিত্যানুৰাগীক লৈ ধাৰাবাহিক ৰূপত ঋতুকালীন স্ব-ৰচিত সাহিত্য পাঠৰ বৈঠক আয়োজনৰ বিনম্ৰ প্ৰয়াস অব্যাহত…

ড্ৰাগছ আসক্ত যুৱকৰ প্ৰহাৰত যুৱকৰ মৃত্যু, যোৰহাট-ত চাঞ্চল্য

যোৰহাট-ত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰহাৰত পুনৰ এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এটা নিচামুক্তি কেন্দ্ৰত থকা কেইবাজনো যুৱকে দেৱজিৎ নেওগ নামৰ যুৱকজনক প্ৰহাৰ  কৰাৰ ফলতেই মৃত্যু যুৱকৰ…

বঙাইগাঁৱত ১১ অবৈধ বাংলাদেশী নাগৰিকক আটক

বঙাইগাঁৱত পুনৰ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে বঙাইগাঁও জিআৰপিয়ে। মুঠ ১১গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে নিউ বঙাইগাঁও জিআৰপিয়ে। কালি নিশা আগৰতলা অফিচিয়েল ৰেলৰ পৰা আটক কৰে বাংলাদেশী নাগৰিককেইগৰাকীক। আটকাধীন বাংলাদেশী নাগৰিকসকল ক্ৰমে…

আহমেদাবাদত কমনৱেলথ গেমছ-২০৩০! আনুষ্ঠানিক ঘোষণাহে বাকী

আহমেদাবাদে ২০৩০ কমনৱেল্থ গেমছৰ আয়োজনৰ স্বত্ব লাভ কৰিব। এই ঘোষণা আনুষ্ঠানিকভাৱে নৱেম্বৰ মাহত কৰা হ'ব বুলি আশা কৰা হৈছে। ২৬ নৱেম্বৰত গ্লাছগ’ত অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ মহাসংঘৰ সাধাৰণ সভাত এই সিদ্ধান্ত নিশ্চিত কৰা হ’ব, যাক বৰ্তমান কেৱল এটা…