নিস্তব্ধ বাক্সা, হিংসাত্মক পৰিস্থিতিৰ পিছত কঠোৰ নিৰাপত্তা জিলা কাৰাগাৰৰ মূল পথত
লাহে লাহে বাক্সাৰ নিকাছিৰ পৰিৱেশ শান্ত হৈছে। তাৰ মাজতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে সমগ্ৰ অঞ্চলটোত। ইফালে ইন্টাৰনেট সেৱা বন্ধ হৈ আছে। ১৬৩ ধাৰা বলৱৎ হোৱাৰ পৰিপ্ৰেক্ষিতত নিকাচিৰ বাক্সা কাৰাগাৰৰ আশেপাশে কোনো লোকৰ সমাগম হোৱা নাই। স্থানীয়…