নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এজনীয়া শিক্ষকৰে চলিছে দেশৰ ১ লাখ স্কুল, শিক্ষা মন্ত্রালয়ৰ প্রতিবেদনত উদ্বেগজনক চিত্র

শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে দেশৰ শিক্ষাখণ্ডৰ আমূল পৰিৱর্তনৰ ব্যাপক পদক্ষেপ লোৱাৰ সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক ছবি৷ যি সময়ত শিক্ষক নিযুক্তিক কেন্দ্র কৰি দেশত প্রতিখন ৰাজ্যতে সৃষ্টি হৈ আছে বিতর্ক, তেনে সময়তে শিক্ষা মন্ত্রালয়ৰ পৰিসংখ্যাত…

জনসংখ্যা মাত্র ৫.৫ লাখ, বিশ্বকাপ ফুটবললৈ কেপ ভার্ডেৰ

জনসংখ্যা মাত্র ৫.৫ লাখ৷ পশ্চিম আফ্রিকাৰ সৰু দ্বীপ ৰাষ্ট্র কেপ ভার্ডেৰ নাম হয়তো বহুতেই নাজানে৷ এই অখ্যাত দেশখনে অহা বর্ষত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন কৰিছে৷ ২০১৮ চনত আইচলেণ্ডৰ পিছতে বিশ্বৰ দ্বিতীয়খন সৰু দেশ হিচাপে কেপ…

জুবিনৰ মৃত্যু তদন্ত : ৫ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। উল্লেখ্য যে হাতত হেণ্ডকাফ লগাই CJM আদালতলৈ লৈ অনা হ'ল শ্যামকানু-সিদ্ধাৰ্থক,সন্দীপন। লগতে আছে…

সম্পাদকীয় : সেউজীয়া দীপাৱলী

কেইদিনমান পাছতেই সমগ্র ভাৰততে উদযাপন হ’ব পোহৰৰ উৎসৱ দীপাৱলী৷ দীপাৱলীৰ লগত কোনো পূজা বা বিশেষ আৰাধ্য দেৱতাৰ সংযোগ নাই, ই মাথোঁ পোহৰৰ কথা উদযাপন কৰা এটা উৎসৱ৷ লংকা বিজয় কৰি ৰাম আযোধ্যালৈ উভতি অহা আনন্দ উপভোগৰ বাবে তাৰ প্রজাবৃন্দই এই উৎসৱ পালন…

আজিৰ দিনটোৰ ৰাশিফল

ChatGPT said: আজিৰ ৰাশিফল, ১৫ অক্টোবৰ ২০২৫, বুধবাৰৰ দিনটো মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ বাবে বিশেষ হব কাৰণ আজিৰ দিনটো কাৰ্যক্ষেত্ৰ, স্বাস্থ্য আৰু প্ৰেমজীৱনৰ ক্ষেত্ৰত…

যোৰহাটত পাশৱিকতা : এদল উন্মত্তৰ আক্ৰমণত প্ৰাণ গ’ল কিশোৰৰ

অপৰাধীৰ ৰম্য ভূমিত পৰিণত হোৱা যোৰহাটত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা হিংসাৰ ঘটনা।  আৰক্ষীৰ চৰম দুৰ্বল ভূমিকাৰ বাবেই অপৰাধ নগৰীলৈ পৰিণত হৈছে যোৰহাট। শেহতীয়াকৈ যোৰহাটত এদল নৰ পিশাচৰ ভয়ংকৰ আক্ৰমনৰ বলি হৈ এজন কিশোৰে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধেমাজি জিলা ছাত্র সন্থাৰ অৱস্থান বিক্ষোভ

নিয়মীয়া বাৰ্তা, ধেমাজি, ১৪ অক্টোবৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ২৬ দিন অতিক্ৰম কৰাৰ পিছতো অসমৰ জনসাধাৰণে ন্যায় লাভ নকৰাত অসমবাসী  ক্ষুব্ধ  হৈ থকাৰ সময়তে দুৰন্ত সংগীত প্ৰতিভাগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ধেমাজি জিলা ছাত্র…

মিঞাৰ আগ্রাসনৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : টাইপা

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আজি টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিয়ে শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ…

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ

বিশেষ বাৰ্তা, ১৪ অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থা (AASU)-ই জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ দাবীত ৰাজ্যব্যাপী এলানি কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ ভিতৰত আছে— ১৪ অক্টোবৰত অৱস্থান ধৰ্মঘট, ১৯ অক্টোবৰত বন্তি প্ৰজ্বলন আৰু ২৩ অক্টোবৰত ৰাজ্যজুৰি…

গেলেকীত ফুটিল ONGC-ৰ পাইপ, গেছৰ নিৰ্গমন বন্ধৰ চেষ্টা অব্যাহত

নাজিৰা গেলেকীৰ আঠখেলত অ'এনজিচিৰ গেছ নিৰ্গমন।‌ আঠখেলৰ এৰাবাগান নামৰ ঠাইৰ মুন্না কাহাৰ নামৰ লোকজনৰ বাৰীৰ পিছফালে এটা পাইপলাইনত সংঘটিত হৈছে এই ঘটনা। কালি দিনৰ ভাগৰ পৰাই এই গেছ নিৰ্গমন অব্যাহত আছে। পৰৱৰ্তী সময়ত অ'এনজিচিক ঘটনাটো…