নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা UBPO-ৰ

অসমৰ টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, মৰাণ আৰু মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰা (অনুসূচিত জনজাতি) নিৰ্দেশ( সংশোধনী বিধেয়ক,২০১৯ খন ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকাৰ পৰা বাতিল কৰিবলৈ দাবী…

কাজিৰঙাত মৃত্যুৰে হাৰ মানিলে মৰঙিত উদ্ধাৰ হোৱা হাতী পোৱালিটোৱে 

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণমানি হাতী পোৱালি টোৱে। উল্লেখযোগ্য যে মৰঙিৰ উদয়ন চাহ বাগিছাৰ মাজত বোকাত আবদ্ধ হৈ পৰিছিল কণমানি হাতী পোৱালিটো। হাতী পোৱালিটো নলাত পাঁচবাৰকৈ আবদ্ধ হৈ পৰিছিল। মাতৃয়ে সন্তানক উদ্ধাৰ কৰিবলৈ যথেষ্ট প্ৰচেষ্টা…

বাক্সাত জুবিন গাৰ্গ-ৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা, বাহন জ্বলাই ক্ষোভ জনতাৰ

বাক্সাত জুবিন গাৰ্গ-ৰ অকাল মৃত্যুৰ ঘটনাৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ লৈ যোৱাৰ পাছতেই বিস্ফোৰিত হ’ল ৰাইজৰ ক্ষোভ। কাৰাগাৰৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ জনতাই জ্বলাই দিয়ে দুখন বাহন আৰু আৰক্ষীৰ…

বৰলুইতত ইলিচৰ জোৱাৰ, ধুবুৰীত ২৩ চেঃমিঃৰ তলৰ পোৱালি ইলিচৰ অবাধ নিধন

ধুবুৰীৰ বৰলুইতত এতিয়া ইলিচ মাছৰ উজান উঠিছে। সাধাৰণতে বৰলুইতত এই বিধ মাছ পোৱা নাযায় যদিও বিগত কেইবাদিনৰ পৰা ধুবুৰীৰ মাছমৰীয়াসকলৰ  জালত যথেষ্ট পৰিমাণে ইলিচ পৰিবলৈ লোৱা দেখা গৈছে। উল্লেখ্য যে, প্ৰতিবছৰে মাৰ্চ আৰু অক্টোবৰ মাহত ১০/১২ দিনৰ বাবে…

নগৰবেৰাত সাংবাদিকৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ, দোষীক শাস্তিৰ দাবী

সাংবাদিকৰ গাড়ীত নিশা দুৰ্বৃত্তৰ আক্ৰমণ। ঘটনাৰ স্থান নগৰবেৰাৰ ডিবিআৰপি পাৰঘাট। পাৰঘাটত ৰখাই থোৱা আছিল বলেৰ' বাহনখন। লাঠীৰে কোবাই অচিনাক্ত দুৰ্বৃত্তই ভাঙি চুচূৰ্মৈ কৰে বাহনখনৰ সন্মুখৰ গ্লাছখন। পাৰঘাটত বলেৰ' গাড়ীখন থৈ সতীৰ্থ সাংবাদিকৰ সৈতে…

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, জুবিন গাৰ্গ-ৰ ন্যায় দাবীত অনুৰাগীৰ প্ৰতিবাদ

বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকসহ ৫ অভিযুক্তক কাৰাগাৰত সোমোৱাৰ লগে লগে হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰে। অনুৰাগীয়ে “জয় জুবিনদা” আৰু “We…

পাথাৰকান্দিৰ দোহালিয়া-ঘিলৌৰটকত প্ৰশাসন উচ্ছেদ অভিযান

শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ দোহালিয়াত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। দুটা দলত বিভক্ত হৈ দুইফালে চলি আছে উচ্ছেদাভিযান। দোহলিয়া আৰু ঘিলৌৰটক এলেকাৰ ঘৰবাৰী আৰু দোকান পোহাৰ মিলি ২৮ অবৈধ দখলদাৰীক উচ্ছেদ চলোৱা হৈ আছে। কথা মতে কাম। যোৱা ১…

সন্তানক স্কুলত থ’বলৈ আহি থিতাতে নিহত পিতৃ, কলিয়াবৰত দুৰ্ঘটনা

নিজ সন্তানক স্কুলত থ’বলৈ আহি দুৰ্ঘটনাত থিতাতে নিহত পিতৃ। আহত ছাত্ৰী। কলিয়াবৰ উলুৱনী ৭১৫নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী ট্ৰাকৰ চকাৰ তলত সোমালে বাইক আৰোহী। ঘটনাস্থলীতে নিহত বিদ‍্যালয়ত ছোৱালীক থবলৈ অহা এজন লোক।…

হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ ৫ বছৰীয়া শিশুৰ মৃত*দেহ

হাটশিঙিমাৰীৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰত উদ্ধাৰ এটি ৫ বছৰীয়া শিশুৰ মৃতদেহ শিশুটিক মিজানুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে যোৱা ২ অক্টোবৰত সুখচৰৰ বেৰাভাঙা গাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল শিশুটি ব্ৰহ্মপুত্ৰৰ পাৰত খেলি থকা অৱস্থাত পানীত পৰি…

দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক লগতে বিয়লি প্ৰায় ৪:৩০ বজাত ছিংগাপুৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত…