গোৱালপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা, আহত কেইবাজনো যাত্ৰী
গোৱালপাৰাৰ আগিয়াৰ বাবুপাৰাত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা
গুৰুতৰভাৱে আহত হয় কেইবাজনো বাছ যাত্ৰী
বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন।
গোৱালপাৰাৰ পৰা মানকাচৰ অভিমুখে গৈ থকা বাছ…