নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : অসমীয়াৰ ৰক্ষাকৱচৰ প্রত্যাহ্বান

অসমীয়াই অসমতে ঠিকনা হেৰুওৱাৰ উপক্রম হৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ৰ ১৪ আগষ্টৰ মাজনিশা নতুন দিল্লীত স্বাক্ষৰিত অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি অসমীয়া লোকসকলৰ সাংবিধানিক, ভাষিক আৰু প্রশাসনীয় ৰক্ষাকৱচৰ বাবে প্রয়োজনীয় জৰুৰী পদক্ষেপ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ জুন, আহাৰ মাহৰ ১ তাৰিখ মঙলবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই মেষ : আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ৷ নতুনকৈ ব্যৱসায়ৰ আৰম্ভণিৰ পৰিকল্পনা নকৰাই ভাল হ’ব৷ চাকৰিৰ ক্ষেত্রত অশান্তি৷ কোনো যোগাযোগত সাফল্য আহিব৷…

অসম কৃষি বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক দামোদৰ বৰ্মনৰ যোগদান 

অসম প্ৰশাসনিক সেৱাৰ বিষয়া দামোদৰ বৰ্মনে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে যোগদান কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত উপাচাৰ্য সমন্বিতে বিশ্ববিদ্যালয় পৰিয়ালে পঞ্জীয়ক গৰাকীক শুভেচ্ছা জনায়।…

নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত বিষাক্ত পাৰ্থেনিয়াম

ৰাজ্যখনৰ বিভিন্ন স্থানত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে অপতৃণ পাৰ্থেনিয়ামে। নামনিৰ পৰা উজনিলৈ অহা-যোৱা কৰা চাৰিলেনযুক্ত ৰাজপথৰ বহু অংশত, ডিভাইডাৰত অথবা পথৰ দাঁতিত উদ্বেগজনক ভাৱে পয়োভৰ ঘটিছে এই উদ্ভিদবিধৰ। এই উদ্ভিদ বিধৰ ফলত কেৱল…

শিলিগুৰি–শিলচৰলৈ হ’ব এক্সপ্রেছ হাইৱে’, মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা

অৰুণোদয়, নিযুত মইনা, জীৱন প্রেৰণা আদিকে ধৰি ইতিমধ্যে বন্ধ হৈ থকা ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনি অতি সোনকালে পুনৰ আৰম্ভ কৰা হ’ব৷ অহা আগষ্ট মাহৰ প্রথম সপ্তাহৰ পৰাই এই আঁচনিসমূহৰ অধীনত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে তেওঁলোকৰ প্রাপ্যসমূহ নিয়মীয়াকৈ…

বিশ্বকাপত অনবদ্য ৰেকৰ্ড হৰমনপ্ৰীতৰ

দেওবাৰে অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বহুপ্ৰতীক্ষিত ভাৰত–পাকিস্তান মেচত ভাৰতীয় দলটোৱে ৬৪ ৰানত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ১৭০ ৰান সংগ্ৰহ কৰে, য’ত অধিনায়ক হৰমনপ্ৰীতে কৌৰ ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। এই মেচত…

ৰূপসী বিমানবন্দৰক লজিষ্টিকছ হাবলৈ ৰূপান্তৰৰ চিন্তা চৰ্চা

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিৰ সামৰিক বিমানঘাটি হিচাপে ব্যৱহৃত হোৱা ঐতিহাসিক ৰূপসী বিমানবন্দৰে পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সাজু হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ দিনা এক ফেচবুক লাইভযোগে চৰকাৰে ৰূপসী বিমানবন্দৰক এক…

ফিফা বিশ্বকাপৰ মাজতে চুৰিকাণ্ড! আমেৰিকাৰ আয়োজকত্বক লৈ পুনৰ প্ৰশ্ন

ফিফা বিশ্বকাপ ২০২৬ আৰম্ভ হোৱাৰ লগে লগে নতুন বিতৰ্কই শিৰোনাম দখল কৰিছে। এইবাৰ আমেৰিকা, মেক্সিকো আৰু কানাডাই যৌথভাৱে প্ৰতিযোগিতাখনৰ আয়োজকত্ব গ্ৰহণ কৰিছে। কিন্তু প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগৰে পৰা আমেৰিকাত বিভিন্ন বিতৰ্কই দেখা দিছে। খেলুৱৈসকলৰ…

ধুবুৰীৰ বুকুত লুকাই আছে শতাব্দী প্ৰাচীন ৰহস্য!

ধুবুৰী চহৰৰ ব্যস্ত জীৱনৰ মাজতেই নিৰৱে থিয় হৈ আছে এটা ঐতিহাসিক স্থাপত্য। বহু দশক ধৰি স্থানীয় লোকসকলৰ মাজত "আৰ্মেনিয়ান গীৰ্জা" নামে পৰিচিত এই অট্টালিকাক কেন্দ্ৰ কৰি আজিও চলি আছে বিতৰ্ক, কৌতূহল আৰু ইতিহাসৰ অনুসন্ধান। চহৰখনৰ ১ নং ৱাৰ্ডৰ পি…

শিলচৰত ২০,০০০ টকা উৎকোচ লৈ CBI-ৰ জালত ৰে’ল বিষয়া

চিবিআইৰ  জালত এন এফ ৰেলৱেৰ  জ্যেষ্ঠ অভিযন্তা। শিলচৰত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ৰে’ল বিষয়া। ২০ লাখ টকাৰ বিল মুকলিৰ নামত দাবী কৰিছিল কমিছন। বিলৰ ধন মুকলি কৰিবলৈ দাবী কৰিছিল ১‌ শতাংশ‌ উৎকোচ। ২০ হাজাৰ টকা লৈ চিবিআইৰ জালত পৰিল অভিযুক্ত এছ এছ…