দুখৰ মাজতো সুখৰ হাঁহি আনিলে কচুপথাৰৰ ইদ্যুতে : পিতৃৰ তিলনিৰ দিনাই পুত্ৰৰ চাকৰি লাভ
নিয়মীয়া বাৰ্তা, বাদুলীপাৰ, ১২ অক্টোবৰ : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত কচুপথাৰৰ এজন মেধাৱী ছাত্ৰৰ সাফল্যই দুখৰ মাজতে আনন্দ কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ ৷
উল্লেখ্য যে কচুপথাৰৰ যুৱক ইদ্যুত বৰাৰ পিতৃৰ বিয়োগৰ তিনি দিনৰ দিনাই ঘোষণা…