নিশাৰ অন্ধকাৰত পাকিস্তানত আক্ৰমণ তালিবানৰ, নিহত ১২ পাক জোৱান
নিউজ ডেস্ক, ১২ অক্টোবৰ : নিশাৰ অন্ধকাৰত তালিবান নিয়ন্ত্ৰিত আফগান সেনাই আক্ৰমণ চলালে পাকিস্তানত। এই ঘটনাত ১২জন পাক সেনা জোৱানে প্ৰাণ হেৰুওৱা বুলি দাবী কৰা হৈছে। শেহতীয়াকৈ কাবুল আক্ৰমণৰ প্ৰতিশোধ ল'লে তালিবানে! আফগানিস্তানৰ তালিবান চৰকাৰৰ…