নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শ্যামকানুৰ পত্নী অনিতাক কিয় জেৰা কৰা নাই এছআইটিয়ে?

🔹 সংগোপনে কেতিয়া ছিংগাপুৰৰ পৰা আহিল অসমলৈ বিশেষ বাৰ্তা, ৫ অক্টোবৰ : এতিয়াও তদন্তকাৰী সংস্থা এছআইটিয়ে জেৰা কৰা নাই শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক৷ অমৃতকণ্ঠ জুবিন গার্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পানী নসৰকা তদন্তৰ খাতিৰতে অন্যতম…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ অক্টোবৰ, আহিন মাহৰ ১৮ তাৰিখ দেওবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : শতভিষা, যাত্রা : মধ্যম মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ বৃষ : সামাজিক…

মই মোৰ মানুহজনক হেৰুৱাইছোঁ, তেওঁক আৰু মই কেতিয়াও ঘূৰাই নাপাওঁ : গৰিমা গাৰ্গ

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওভতাই দিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমাই সাংবাদিকৰ আগত জনোৱা মতে, যিহেতু এতিয়া জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি আছে, সেয়ে তদন্ত…

কাকপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক পিতৃ-কন্যা

বিশেষ বাৰ্তা, তিনিচুকীয়া, ৪ অক্টোবৰ : আজি পুৱাই তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ কাকপথাৰত কাকপথাৰ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়তে পিতৃ-কন্যাক আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে…

ৰোহিতক আঁতৰাই শুভমন গিলক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব : উপ-অধিনায়কৰ দায়িত্বত শ্ৰেয়াছ

নিউজ ডেস্ক, ৪ অক্টোবৰ : অৱশেষত ভাৰতীয় ক্ৰিকেট দলৰ গধুৰ দায়িত্ব প্ৰদান কৰা হ'ল শুভমন গিলৰ ওপৰত। ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বি চি চি আইৰ নিৰ্বাচক মণ্ডলীয়ে ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰে শুভমন…

প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি… কাঠৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত বিলাসীপাৰাৰ জুবিন অনুৰাগী

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এগৰাকী জুবিন অনুৰাগীয়ে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ নিৰ্মাণ কৰিবলৈ লৈছে এটি কাঠৰ প্ৰতিমূৰ্তি। বিলাসীপাৰাৰ লুটাপাৰা গাঁৱৰ বাসিন্দা তথা পেছাত কাঠমিস্ত্রী চৈতাৰাম নাথ…

পুত্ৰৰ খবৰ ল’বলৈ চি আই ডিৰ কাৰ্যালয়ত শ্যামকানুৰ মাতৃ : ভাজি আৰু দালিৰেই পেট পূৰাইছে…

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : এসময়ত বিলাসী জীৱন কটোৱা দগাবাজ শ্যামকানুৰ বৰ্তমানৰ ঠিকনা চি আই ডিৰ লকআপ। চি আই ডিৰ লকআপত বৰ্তমান দিন-ৰাতি পাৰ কৰা শ্যামকানুৰ বাবে নৰকসদৃশ হৈ পৰিছে এই দিনকেইটা। লকআপত শ্যামকানুৱে পোৱা নাই নিজৰ প্ৰিয় খাদ্য। এনে…

বইটামাৰীত ভয়াৱহ পথ দুৰ্ঘটনা : দুই যুৱকৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, বইটামাৰী, ৪ অক্টোবৰ : বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী এলেকাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখাতাত কালি আবেলিৰ ভাগত  বাইক আৰু আলট্ৰা বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে এজন বাইক আৰোহীৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন…

মোক শান্তিৰ ন’বেল বঁটা নিদিয়াটো আমেৰিকাৰ প্রতি অপমান : ক্ষুণ্ণ ট্রাম্প

নিউজ ডেস্ক, ৪ অক্টোবৰ : শান্তিৰ ন’বেল বঁটাক লৈ পুনৰ অভিমান প্রকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ন’বেল কমিটীৰ ওপৰতো ক্ষুণ্ণ হৈছে মার্কিন ৰাষ্ট্রপতি ট্রাম্প৷ ৱাশ্বিংটনত এক অনুষ্ঠানত অংশগ্রহণ কৰি ৰাষ্ট্রপতি ট্রাম্পে…

মানকাচৰত UCO বেংকত ৰহস্যজনক চুৰি কাণ্ড : বেংকৰ ভিতৰতেই উদ্ধাৰ হ’ল চুৰি টকা

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কালোঘাটপাৰৰ ওচৰত অৱস্থিত ২নং UCO বেংকত কালি এক চুৰি কাণ্ড সংঘটিত হোৱা বুলি বেংকৰ মেনেজাৰজনে মানকাচৰ আৰক্ষী থানাত খবৰ দিয়ে। শাখাটোৰ তলা কাটি চোৰে বেংকৰ ভিতৰত প্ৰৱেশ কৰি চুৰি…