জুবিন গার্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, জুবিনৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব
🔹 ফেচবুক লাইভযোগে মুখ্যমন্ত্রীৰ স্পষ্ট ঘোষণা
বিশেষ বাৰ্তা, ৪ অক্টোবৰ : ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ চৰকাৰে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিব৷ এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷…