নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

প্ৰেমিকৰ সৈতে পলাল পত্নী ! চৰম দুখত চাৰি সন্তানক লৈ যমুনাত জাঁপ যুৱকৰ

নিউজ ডেস্ক, ৫ অক্টোবৰ : পৰকীয়া প্ৰেমৰ চৰম পৰিণতি! পত্নীক হেৰুওৱাৰ দুখ সহ্য কৰিব নোৱাৰি যুৱকে ল'লে কঠোৰ সিদ্ধান্ত! ঘৰত আছে স্বামী আৰু চাৰি সন্তান। সুখৰ সেই সংসাৰ এৰি আন এজন যুৱকৰ সৈতে পলাই যায় পত্নীয়ে। সেই দুখ সহ্য কৰিব নোৱাৰি চাৰি সন্তানক…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ 

নিয়মীয়া বাৰ্তা, কাজিৰঙা, ৫ অক্টোবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অদ্ভুত, এনে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য বিশ্বতে বিৰল।- আজি পুৱাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি এনেদৰে সংবাদ মাধ্যমৰ কয় মধ্যপ্ৰদেশৰ…

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : বিপিএফপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত অনুষ্ঠিত এক অনুষ্ঠানত চতুৰ্থবাৰৰ বাবে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) হিচাপে শপত গ্ৰহণ কৰে। শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ মুখ্য…

সংস্থাপনৰ বাবে অৰুণাচললৈ যোৱা চিলাপথাৰৰ যুৱক সন্ধানহীন

নিয়মীয়া বাৰ্তা, জোনাই, ৫ অক্টোবৰ : অসমৰ এজন যুৱকে কৰ্মসংস্থাপনৰ বাবে অৰুণাচললৈ গৈ আজি প্ৰায় ১৫ দিনে সন্ধানহীন হৈ থকা এক ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়াল তথা ৰাইজক৷ জানিব পৰা মতে, ধেমাজি জিলাৰ অন্তৰ্গত চিলাপথাৰ লক্ষীপুৰ গাঁও নিৱাসী উন্নত…

ইতিহাস ৰচি জাপানত প্রথম মহিলা প্রধানমন্ত্রী ছানাই টাকাইছি

নিউজ ডেস্ক, ৫ অক্টোবৰ : সূর্যোদয়ৰ দেশৰ ৰাজনীতিত সূচনা হ’ল নতুন অধ্যায়৷ ইতিহাস ৰচি জাপানত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হ’ল ছানাই টাকাইছি৷ দেশখনৰ ৰাজনীতিৰ বাঘা বাঘা ৰাজনীতিকক পৰাজিত কৰি জাপানৰ শীর্ষ পদবীত অধিষ্ঠিত হ’ল প্রথমগৰাকী…

৬ হাজাৰ কোটিৰে হ’ব ব্রহ্মপুত্র ৰোড টানেল : লুইতৰ বক্ষ ভেদি দেশৰ প্রথমটো পথ সুৰংগ

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : যোগাযোগ ব্যৱস্থাৰ সমান্তৰালকৈ প্রতিৰক্ষা–নিৰাপত্তা কৌশলগত দিশক নতুন মাত্রা প্রদানেৰে চিৰপ্রৱহমান বুঢ়ালুইতৰ বক্ষ ভেদি নির্মাণ কৰিবলগীয়া ৩৩.৭ কিলোমিটাৰ দৈর্ঘ্যৰ অভিলাষী পথ সুৰংগ প্রকল্প ৰূপায়ণে ইতিবাচক গতি লাভ কৰিছে৷…

৬ অক্টোবৰৰ পৰা ১৪ দিনীয়াকৈ ঐতিহাসিক বিজনী লক্ষ্মী পূজা আৰু মেলা

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : ইতিহাসপ্ৰসিদ্ধ ৰজাদিনীয়া বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী পূজা এইবেলি ১৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি বিজনী চহৰৰ ঐতিহাসিক শ্ৰীশ্ৰী লক্ষী পূজা আৰু মেলাত এইবেলি নিশা ১২ বজালৈ…

আইচিচি মহিলা এদিনীয়া বিশ্বকাপ : কলম্বোত আজি ভাৰতৰ সন্মুখত পাকিস্তান

নিউজ ডেস্ক, ৫ অক্টোবৰ : এছিয়া কাপৰ বিতর্ক মাৰ নৌযাওঁতেই ক্রিকেটৰ খেলপথাৰত পুনৰ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান৷ সদ্যসমাপ্ত এছিয়া কাপত তিনিবাৰকৈ পাকিস্তানক বিধ্বস্ত কৰিছিল ভাৰতীয় পুৰুষ দলটোৱে৷ এইবাৰ একেই লক্ষ্যৰে সাজু হৈছে ভাৰতীয় মহিলা দলটো৷…

নামে–বেনামে ৫ প্রতিষ্ঠানৰ নামত কোটি কোটি লুণ্ঠন শ্যামকানু–পত্নী অনিতাৰ

🔹 ফেষ্টিভেল মহন্তৰ বিয়াগোম বিত্তীয় কেলেংকাৰিৰ বিস্ফোৰক তথ্য ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ অক্টোবৰ : ছিংগাপুৰত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত এছআইটিয়ে অব্যাহত ৰখাৰ সময়তে সংস্কৃতিৰ দালাল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী অনিতা ডেকা মহন্তৰ বিয়াগোম…

বিটিচিত হাগ্ৰামাৰ বিপিএফ : আজি মুখ্য কার্যবাহী সদস্যৰূপে শপত ল’ব মহিলাৰীয়ে

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : বিটিচিৰ পঞ্চম সাধাৰণ নির্বাচনত বিপিএফ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠ অর্জন কৰাৰ পিছত আজি শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শপতগ্রহণ অনুষ্ঠানৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে আৰু প্রতিকূল বতৰকো নেওচি কোকৰাঝাৰৰ বডোফা…