নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ওড়িশাৰ পুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ওড়িশাৰ জগন্নাথ ক্ষেত্ৰ পুৰী চহৰত আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। পুৰী চহৰত শ্ৰীশংকৰদেৱ সংস্কৃতি সমাজৰ পুৰী প্ৰকল্পৰ অধীনত থকা নামঘৰ চৌহদত আজি এই উপলক্ষে পুৱাৰ পৰাই কাৰ্যসূচী…

চিৰাঙত বঙাইগাঁৱৰ যুৱকৰ মৃতদেহ উদ্ধাৰ : থানাত এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২ অক্টোবৰ :  দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে চিৰাঙত পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। জিলাখনৰ কাশিকোত্ৰা- বাসুগাঁও সংযোগী গুৱাবাৰীত নৱমীৰ দিনা অৰ্থাৎ বুধবাৰে বঙাইগাঁও বাবুপাৰাৰ সুৰজ …

শংকৰদেৱৰ জন্মোৎসৱত ভক্তিৰসত বুৰ গ’ল বস্ত্ৰনগৰী শুৱালকুছি 

বিশেষ বাৰ্তা, শুৱালকুছি, ২ অক্টোবৰ : অসমীয়া ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি, নাট-ভাওনা আদি সৃষ্টি কৰি বিশ্বত সবল অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰা যুগনায়ক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মজয়ন্তী বস্ত্ৰনগৰী শুৱালকুছিত চাৰিদিনীয়া…

জাঁজী নৈৰ বাঢ়নী পানীত ঔগুৰি মিচিং গাঁৱৰ ৰিং বান্ধ ভাগি ১০ গাঁও প্লাৱিত

নিয়মীয়া বাৰ্তা, ভগামুখ, ২ অক্টোবৰ : শেহতীয়াকৈ আহিন মাহত জাঁজী নৈৰ বাঢ়নী পানীয়ে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ঔগুৰি গোহাঁই গাঁও আৰু বৰমথাউৰি মিচিং গাঁৱৰ সংযোগস্থলৰ নদীখনৰ সোঁফালে থকা ৰিংবান্ধটোৰ প্ৰায় ৭০ মিটাৰ বুধবাৰে নিশা  ছিঙি পেলোৱাত…

ছিংগাপুৰ আৰক্ষীয়ে ভাৰতক প্ৰদান কৰিলে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

নিউজ ডেস্ক, ২ অক্টোবৰ : অৱশেষত ছিংগাপুৰৰ পৰা ভাৰতলৈ আহিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ছিংগাপুৰ আৰক্ষীয়ে ভাৰতক প্ৰদান কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ভাৰতৰ উচ্চায়ুক্তক ছিংগাপুৰ আৰক্ষীয়ে…

চি আই ডিৰ কাৰ্যালয়ত আকৌ হাজিৰ শেখৰজ্যোতি-সন্দীপন

বিশেষ বাৰ্তা, ২অক্টোবৰ : হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰ গতিত আগবঢ়াইছে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে। সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক কালি গ্ৰেপ্তাৰ কৰাৰ…

কামৰূপৰ গৰৈমাৰীত আৰক্ষীৰ জালত দুই গাড়ী চোৰ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : চোৰ বিচাৰি অভিযান চলায় গৰৈমাৰী আৰক্ষীয়ে। অভিযানত গ্ৰেপ্তাৰ হৈছে দুজনকৈ কুখ্যাত গাড়ী চোৰ। গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত চলোৱা অভিযানত চুৰি হোৱা এখন গ্লেমাৰ বাইকসহ দুটাকৈ চোৰ…

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ ‘জ্যোতিৰ্ময়ী’ উন্মোচন

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২ অক্টোবৰ : প্ৰথমবাৰৰ বাবে অসমকন্ঠ জুবিন গাৰ্গৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিলে নিজ লাওখোৱা বাড়োৱাৰী দুৰ্গাপূজা সমিতিয়ে। অসমকন্ঠ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত "জ্যোতিৰ্ময়ী" নামৰ গ্ৰন্থ প্ৰকাশ কৰে পূজা…

নৱমীৰ নিশা শিক্ষক-পৌৰসভাৰ ৱাৰ্ড কমিছনাৰৰ গৃহত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, বৰপথাৰ, ২ অক্টোবৰ :  বৰপথাৰত দিনকদিনে চুৰিকাণ্ড বৃদ্ধি পাবলৈ ধৰিছে ৷ নৱমীৰ নিশা বৰপথাৰ থানাৰ অন্তৰ্গত দুই পৃথক স্থানত চোৰে চলালে চাফাই অভিযান ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ছেৱাগুৰি গাঁৱৰ বাসিন্দা তথা বৰপথাৰ উচ্চতৰ…

হেড ছাৰৰ চকু গাঁৱৰ জীয়ৰী-বোৱাৰীৰ ওপৰত, শান্তি আৰু ন্যায় বিচাৰি ভুক্তভোগীৰ এজাহাৰ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২ অক্টোবৰ : পোহৰলৈ আহিছে শিক্ষকৰ জঘন্য কাণ্ড। শান্তিত থাকিব নোৱাৰা হৈছে গাঁৱৰ বোৱাৰীসকল | লম্পট শিক্ষকৰ ভয়ত এতিয়া শংকিত গঞা, নিশা হ’লেই গাঁওবাসীয়ে দিয়ে পহৰা | কামৰূপৰ ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ নগৰবেৰাৰ ২নং…