বিজয়া দশমীৰ পিছদিনাই বিলাসীপাৰাত অঘটন : গৌৰাং নৈত কিশোৰীৰ সলিল সমাধি
বিশেষ বাৰ্তা, ৩ অক্টোবৰ : বিজয়া দশমীৰ পিছদিনাই বিলাসীপাৰাত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। হাতীপোতা দ্বিতীয় খণ্ড গাঁৱত গৌৰাং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী নাবালিকাৰ । নাবালিকাগৰাকী গাঁওখনৰ হজৰত আলীৰ কন্যা আখিৰা বেগম (১২) বুলি জানিব পৰা…