ধুবুৰীৰ মহামায়া মন্দিৰত পৰম্পৰাগত ৰীতি-নীতিৰে শাৰদীয় দুৰ্গোৎসৱ
নিয়মীয়া বাৰ্তা, গৌৰীপুৰ, ২৮ ছেপ্টেম্বৰ : গণশিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত অসমবাসীৰ লগতে ধুবুৰী জিলাবাসী ৰাইজো শোকত ম্ৰিয়মাণ হৈ পৰা দেখা গৈছে। এইবেলি জুবিনবিহীন ৰাজ্যখনত ম্লান পৰিছে শাৰদীয় দুৰ্গোৎসৱ। দুখৰ মাজতেই আজি ধুবুৰী জিলাৰ ঐতিহাসিক…