দুখৰ মাজতে কাইলৈৰ পৰা আৰম্ভ শাৰদীয় দুর্গোৎসৱ : জুবিনবিহীন অসমত ম্লান পৰিল দুর্গাপূজাৰ উছাহ
বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : অসমীয়াৰ স্বাভিমান জুবিন গার্গৰ মৃত্যুত ম্রিয়মাণ হৈ পৰা ৰাজ্যবাসী আজিও শোকত আতুৰ হৈ আছে৷ প্রিয় শিল্পীগৰাকীৰ মৃত্যুক এতিয়ালৈকে স্বাভাৱিকভাৱে ল’ব পৰা নাই অসমীয়াই৷ ৰাজ্যজুৰি বিভিন্ন তর্ক–বিতর্ক হৈ থকাৰ সময়তে…