নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিশেষ লেখা : অসমৰ গৌৰৱৰ পুনৰুদ্ধাৰ : প্ৰগতিমুখী যাত্ৰাৰ কাহিনী

বিশেষ লেখা পবিত্ৰ মাৰ্ঘেৰিটা স্বাধীনতাৰ সময়ত, সমগ্ৰ ব্ৰিটিছ ভাৰতৰ সৰ্বাধিক ৰাজহ পৰিশোধ কৰা ৰাজ্যসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় গড়তকৈ ৪.১% অধিক জনমূৰি আয়ৰ সৈতে অন্যতম আছিল অসম। অৱশ্যে, পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থাগত উদাসীনতা আৰু উপেক্ষাৰ এক…

আজি প্ৰধানমন্ত্ৰী মোদীয়ে অসমক উপহাৰ দিব ১৮,৫৩০ কোটিৰ প্রকল্প

বিশ্ববিশ্রুত গণশিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৰাজ্য চৰকাৰে আয়োজন কৰা জন্ম শতবার্ষিকী উপলক্ষত আজি দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত…

মৰঙিত প্রধানমন্ত্রী মোদীক আদৰিবলৈ ‘নিম আলিবাট’ নিৰ্মাণ বিধায়ক মৃণাল শইকীয়াৰ

অসমবাসীৰ বহু আকাংক্ষিত অসম বায়’ ইথানল প্ৰকল্প অহা ১৪ ছেপ্টেম্বৰত শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে৷ ইয়াৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি ২.১৫ বজাত অস্থায়ী হেলিপেডত অৱতৰণ কৰি খুমটাই বিধানসভা সমষ্টিৰ…

কেবিনেটত আলোচনাৰ পাছত ৰাজহুৱা হ’ব SIT-ৰ প্রতিবেদন, মুখ্যমন্ত্রীৰ ঘোষণা

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত বিশেষ তদন্তকাৰী গোট চমুকৈ SIT-য়ে দাখিল কৰা প্রতিবেদনক লৈ অব্যাহত আছে ক্রিয়া–প্রতিক্রিয়া৷ ৯৬ পৃষ্ঠাৰ প্রতিবেদনখনত কি আছে তাক লৈ সকলোৰে মাজত বৃদ্ধি পাই আছে উৎসুকতা৷ এনে উৎসুকতাৰ মাজতে প্রতিবেদন ৰাজহুৱা কৰাৰ…

সম্পাদকীয় : তপত পৃথিৱী

সম্পাদকীয় ক্রমশঃ উত্তপ্ত হৈছে পৃথিৱী৷ মাত্র দুটা দিনৰ জেন–জেডৰ বিস্ফোৰক প্রতিবাদে নেপালৰ অলি চৰকাৰক পতন ঘটোৱাই নহয়, দেশখনক প্রায় ধ্বংসস্তূপত পৰিণত কৰাইছে৷ লাখ লাখ তৰুণৰ চৰকাৰ হটাও আন্দোলন ৰাজপথত শান্তিপূর্ণ হৈ নাথাকিল৷ চৰকাৰী বাহিনীৰ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল আজি ১৩ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৭ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই মেষ : ধনাগম বৃদ্ধি পাব৷ গা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং…

গুৰু-শিষ্যৰ মিলনভূমিত পৰিণত পাঞ্চজন্য বৰনামঘৰ ক্ষেত্ৰ, ৩৭ গুৰুক সেৱা-সম্বৰ্ধনা

গুৰু শিষ্যৰ মিলনৰ ভূমিলৈ পৰিণত হ’ল জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰ ক্ষেত্ৰ৷ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খন আদৰ্শ বিদ্যালয়,জামুগুৰিলৈ উন্নীত কৰণ কৰা হ’ল বাবেই বৰ্তমান সেই বিদ্যালয়খনো নাই আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰা শিক্ষাগুৰু সকলো…

যোৰহাটত আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এশ মিটাৰ দূৰত্বত ড্ৰাগছৰ অবাধ বেহা, চকু মুদা কুলি ভাওত আৰক্ষী

নিয়মীয়া বাৰ্তা, যোৰহাট, ১২ছেপ্টেম্বৰ : ড্ৰাগছ সাম্ৰাজ্যত পৰিণত হৈছে যোৰহাট। যোৰহাট নগৰত এতিয়া মুকলিকৈ চলে ড্ৰাগছৰ কিনা-বেচা। যোৰহাট সদৰ আৰক্ষী থানাৰ পাঁচশ মিটাৰ আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এশ মিটাৰ দূৰত্বত নগৰৰ জেবি ৰোড চাৰিআলিত…

মৰাণ ছাত্ৰ সন্থাৰ আন্দোলন বাতিল কৰিবলৈ ফোন প্ৰভাৱশালী মন্ত্ৰীৰ!

১৫ ছেপ্টেম্বৰৰ পৰা তিনিচুকীয়া জিলাত সৰ্ববৃহৎ অৰ্থনৈতিক অৱৰোধ ঘোষণা জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত উলিওৱা বিশাল জোঁৰ…

গোৱালপাৰা কলেজতত নৱাগত আদৰণী সভাত উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ কাৰ্যসূচী চলি থকাৰ সময়তে ছাত্ৰ একতা সভাৰ ছাত্ৰই এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে গোৱালপাৰা…