হাজোত মহিলাৰ মৃত্যুক লৈ উত্তেজনা : স্বামীৰ বাসগৃহত অগ্নিসংযোগ
হাজো থানাৰ অন্তৰ্গত নতুন দিহিনাত এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। ইমৰান আলী নামৰ লোকজনৰ বাসগৃহত ঘৰত মৃত মহিলা গৰাকীৰ আত্মীয়ই অগ্নিসংযোগ কৰাৰ অভিযোগ উঠিছে।
উত্থাপিত অভিযোগ অনুসৰি,ইমৰান আলী নামৰ লোকজনে নিজৰ পত্নীক হত্যা…