নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৬ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : ভৰণী, যাত্রা : নাই মেষ : দিনটোত বিশেষ সাৱধানে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং…

উগ্ৰপন্থা দমনত বৃহৎ সফলতা চৰকাৰৰ : ছত্তীশগড়ত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : মাওবাদীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ পুনৰ এক উল্লেখযোগ্য সফলতা। বৃহস্পতিবাৰে আৰক্ষীয়ে জানিবলৈ দিছে যে ছত্তীশগড়ৰ বস্তাৰত ১৬জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। বুধবাৰে নিশা বস্তাৰৰ নাৰায়ণপুৰ জিলাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ…

ৰূপহীহাটৰ ঔঅনাত উত্তপ্ত পৰিস্থিতি : বিলাসী বাহনসহ দুটা চোৰাং গৰু উদ্ধাৰ

নিয়মীয়া বাৰ্তা,  ১১ ছেপ্টেম্বৰ : ৰূপহীহাটৰ ঔঅনাত আজি পুৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এএছ-০১ এআৰ-০৯৮৭ নম্বৰৰ বিলাসী বাহনেৰে চোৰৰ দল এটাই গৰু চুৰি কৰি লৈ গৈ আছিল ৷ চোৰৰ দলটোৱে গৰু চুৰি কৰি ঔঅনা পোৱাৰ সময়তে গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটে…

পাঁচ মাহে পেন্সনৰ পৰা বঞ্চিত জিএমচিৰ দুই সহস্রাধিক অৱসৰপ্রাপ্ত কর্মচাৰীৰ হুংকাৰ

গুৱাহাটী পৌৰ নিগমৰ দুই সহস্রাধিক অৱসৰপ্রাপ্ত কর্মচাৰীক ৫ মাহে জি এম চি কর্তৃপক্ষই আদায় দিয়া নাই অৱসৰী ভাট্টা৷ নিয়মীয়াকৈ অৱসৰপ্রাপ্ত কর্মচাৰীক পেন্সন আদায় দিয়াৰ বাবে গুৱাহাটী পৌৰ নিগমৰ লগতে চৰকাৰক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো অৱসৰপ্রাপ্ত…

নেপালত আন্দোলনৰ মাজতো বিমান চলাচল অব্যাহতৰ ঘোষণা ইণ্ডিগোৰ

নেপালত চলি থকা প্ৰতিবাদৰ মাজতে ভাৰতীয় বিমান সংস্থা ইণ্ডিগোৱে কাঠমাণ্ডুৰ বাবে নিয়মীয়া উৰণ পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, লগতে আবদ্ধ হৈ পৰা যাত্ৰীসকলক সহায় কৰাৰ বাবে বিশেষ বিমান উৰণৰ পৰিকল্পনা কৰিছে। এটা আনুষ্ঠানিক পৰামৰ্শত ইণ্ডিগোৱে…

নেপালত জে’ল ভাঙি পলাল ১৫ হাজাৰ দাগী অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : বিদ্ৰোহৰ জুইত জ্বলিছে নেপাল। নিৰ্বিঘ্নে চলি আছে লুটৰাজ। দেশখনত বেংক ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ লগতে লক্ষ্য কৰি লোৱা হৈছে উদ্যোগপতি আৰু ৰাজনীতিকৰ ঘৰ। এই অশান্তময় পৰিৱেশৰ মাজতে আহিছে আন এক ভয়াৱহ খবৰ— নেপালৰ বিভিন্ন…

ৰঙিয়াত APSC-UPSC পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

ৰঙিয়াত অসম লোকসেৱা আয়োগ (APSC) আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাৰ্থীসকলৰ বাবে ‘প্ৰত্যাশা-২০২৫’ নামৰ এক বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। প্ৰথমবাৰৰ সফলতাৰ পিছত দ্বিতীয়বাৰৰ বাবে আয়োজিত এই শিবিৰত ‘Mission…

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৫২টা চাকৰি

অসম ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটী সংস্থাৰ নাম: অসম ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটী মুঠ পদ : ৫২টা আবেদনৰ অন্তিম তাৰিখ : ১৫/০৯/২০২৫ পদৰ নাম : শিক্ষণ আৰু অশিক্ষণ পদ অফিচিয়েল ৱেবছাইট : adtu.in অসম…

গোলকগঞ্জত আৰক্ষীৰ লাঠীচালনা : তদন্তৰ আওতালৈ OC, SP

ধুবুৰী জিলাৰ গোলকগঞ্জত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰ ওপৰত  আৰক্ষীৰ লাঠীচালনা চলায় আৰক্ষীয়ে। এই ঘটনাৰ পিছত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত…

গেলেকীত চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন : অভিযুক্তক আটক

নিয়মীয়া বাৰ্তা, গেলেকী, ১১ ছেপ্টেম্বৰ : গেলেকী থানাৰ অন্তৰ্গত হাবি গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হৈছে এজন লোক । গেলেকী হাবি গাঁও নিৱাসী ভপু শ‌ইকীয়া (৫১) নামৰ এজন লোকক নিশা একে গাঁৱৰে নিৱাসী হৰিধন…