নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বাক্সাৰ গোৱালবিলত বন্যহস্তীৰ আক্ৰমণত মহিলাসহ দুজন নিহত : ক্ষুব্ধ ৰাইজে অৱৰোধ কৰিলে ধমধমা-তামুলপুৰ পথ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ গোৱালবিলত আজি পুৱা হাতীৰ আক্ৰমণত মহিলাসহ দুগৰাকীকৈ লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত…

ভূপেন হাজৰিকাৰ নিয়ম ভঙাৰ হেঁপাহ

🔹 ড০ কৰবী ডেকা হাজৰিকা নিয়ম ভাঙিব পাৰে সেইজনেহে, যাৰ আছে সাহস, বিশ্বাস, শুভশক্তিৰ ওপৰত আস্থা আৰু সমাজৰ বাবে মংগল কামনা৷ তেনে ব্যক্তি আছিল শংকৰদেৱ৷ শংকৰদেৱে সৰু মানুহৰ মহৎ জীৱনৰ বাবে শূদ্র হৈও ভাগৱত ভাঙনি কৰাৰ দৰে ‘অনিয়ম’ কৰিছিল, প্রচলিত…

ভূমিকম্পত আহত মহিলাক মৰিবলৈ এৰি দিছে উদ্ধাৰকাৰীয়ে : ধর্মীয় গোড়ামিৰ নামত চূড়ান্ত অমানৱীয় কার্য

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : ধর্মৰ নামত মানৱতাক একাষৰীয়া কৰা নিকৃষ্ট কাণ্ডক লৈ বিশ্বজুৰি তীব্র প্রতিক্রিয়া হৈছে৷ তালিবানশাসিত আফগানিস্তানত ধর্মৰ বাবেই ভূমিকম্পৰ ফলত হোৱা ধ্বংসস্তূপত আবদ্ধ হৈ থকা মহিলাক উদ্ধাৰ কৰা নাই, অর্থাৎ আহত মহিলাসকলক…

অবৈধ প্ৰেমৰ সাক্ষী হোৱাটোৱেই কাল হ’ল ডেলিভাৰী বয়ৰ : দুই অভিযুক্তক আটক

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ৭ ছেপ্টেম্বৰ : এটা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ'ল সমগ্ৰ দক্ষিণ কামৰূপক। অবৈধ প্ৰেমৰ সাক্ষী হোৱাৰ বাবেই হত্যাৰ বলি হ'ব লগা হ'ল গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ ৰজব আলীৰ পুত্ৰ আজাহাৰ আলী। ইতিমধ্যে আজাহাৰ আলী হত্যাকাণ্ডৰ…

আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট : ৩০ ছেপ্টেম্বৰৰ গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত ভাগ নলয়…

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত থাকিব পাকিস্তান৷ ৩০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান৷ পাকিস্তানৰ মহিলা দলটোৱে…

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় অসম কন্যা লাভলীনাৰ

ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় মাগিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ ইংলেণ্ডৰ লিভাৰপুলত পূর্ণগতিত চলি থকা সন্মানীয় প্রতিযোগিতাখনৰ প্রথম বাউত বাই হিচাপে লাভ কৰা লাভলীনাই দ্বিতীয় ৰাউণ্ডৰ…

ৰাজ্যত প্রতিবেগ চিমেণ্টৰ দাম ৮ টকাকৈ বৃদ্ধি : জিএছটি হ্রাসৰ সিদ্ধান্তৰ পিছতে জনতাৰ মূৰত মাধমাৰ

🔹 শীঘ্রে পুনৰ ৬–১০ টকাকৈ বঢ়োৱাৰ গোপন তৎপৰতা ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : চিমেণ্টৰ ওপৰত আৰোপিত কৰ হ্রাসেৰে জনসাধাৰণক সকাহ দিবলৈ জিএছটি কাউঞ্চিলে গ্রহণ কৰা সিদ্ধান্তৰ বিপৰীতে মুনাফা লুটাৰ অংকত নামিছে ব্যৱসায়িক গোষ্ঠী৷ জিএছটি কাউঞ্চিলৰ…

পাব্লিক হেলথ ইঞ্জিনীয়াৰিং বিভাগত ১৮৭টা পদত চাকৰি

🔹 আবেদনৰ সময়সীমা ১৩ ছেপ্টেম্বৰ আছাম পাব্লিক ছার্ভিচ কমিছনে প্রকাশ কৰা বিজ্ঞাপন অনুসৰি পাব্লিক হেলথ ইঞ্জিনীয়াৰিং বিভাগত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

প্রথমবাৰলৈ অভিলেখপূর্ণ ৮ লাখ মেট্রিক টন ধান ক্রয় অসমৰ : সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে দিলে সফলতাৰ…

ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : ধান ক্রয়ৰ ক্ষেত্রত অসমে এক নতুন মাইলৰ খুঁটি অর্জন কৰিবলৈ সক্ষম হৈছে৷ সামাজিক মাধ্যমযোগে ধান ক্রয়ৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে ২০২৫ বর্ষত প্রথমবাৰৰ বাবে অসমে ন্যূনতম সমর্থিত…

মহানগৰীৰ বৰবাৰীত গেষ্ট হাউছৰ কোঠাত উদ্ধাৰ কিশোৰসহ যুৱকৰ মৃতদেহ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : প্ৰথমে কিশোৰক অপহৰণ, তাৰ পাছত কিশোৰটিক হত্যা কৰি যুৱকেও ল'লে চৰম পথ। মহানগৰীৰ বৰবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বৰবাৰীৰ এটা গেষ্ট হাউছৰ একেটা কোঠাতে উদ্ধাৰ হয় কিশোৰসহ যুৱকৰ মৃতদেহ। TOOSONJ গেষ্ট হাউছত সংঘটিত এই…