নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নেপাল চৰকাৰৰ কঠোৰ পদক্ষেপ : ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবক নিষিদ্ধ ঘোষণা

নেপালে ফেচবুক, ইনষ্টাগ্ৰাম আৰু এক্সকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই প্লেটফৰ্মসমূহে সাত দিনৰ ভিতৰত নেপালৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ত পঞ্জীয়ন কৰোৱাৰ কথা আছিল, কিন্তু সেইটো কৰাত ব্যৰ্থ হৈছিল।…

এইবাৰ লখিমপুৰত উচ্ছেদ অভিযান, জাননী জাৰি প্ৰশাসনৰ

লখিমপুৰ বিধানসভা সমষ্টিত চাৰে তিনি হাজাৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ’ব ৷ সদ্যহতে লখিমপুৰৰ পশ্চিম চানমাৰীত চলিব উচ্ছেদ অভিযান ৷ ১৯০ ঘৰ বেদখলকাৰীলৈ পঠিওৱা হৈছে জাননী ৷ লখিমপুৰ জিলা প্ৰশাসনে বান্ধি দিলে ১৫ দিনৰ সময় সীমা। এতিয়া বেদখলকাৰীয়ে…

হাজোত লাভ জেহাদ, আকবৰ আলীৰে পলাই গল তিনি বছৰীয়া সন্তানৰ মাতৃ

হাজোৰ ৰামদিয়াৰ এগৰাকী বোৱাৰীৰ লাভ জেহাদৰ বলি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে বোৱাৰীগৰাকী আকবৰ আলী নামৰ লোকজনৰ সৈতে পলাই যোৱা বুলি স্বামী দেৱজিৎ বেজবৰুৱাই অভিযোগ কৰিছে। বোৱাৰীগৰাকীৰ তিনি বছৰীয়া সন্তান এটিও আছে। ভুক্তভোগী…

প্রাথমিক শিক্ষা সঞ্চালকালয়ত ২২৮টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

দুলীয়াজানত নাহৰফুটুকীৰ মুক্ত বিচৰণ

দুলীয়াজানত নাহৰফুটুকীৰ মুক্ত বিচৰণ। দুলীয়াজানৰ ২নং ছলাকটকী অঞ্চলত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ দৃশ‍্য বন্দী হ’ল কেমেৰাত। ২নং ছলাকটকী অঞ্চলৰ ৰাইজৰ খবৰৰ ভিত্তিত নাহৰফুটুকী বাঘৰ বিচৰণ কৰি থকা তথ‍্য লাভ কৰাৰ পিছতেই সেই স্থানলৈ গৈ থাকোঁতেই এখন…

কাহিলিপাৰাত চাঞ্চল্য, পুত্ৰৰ মৃত্যুৰ পিছত ঘৰত বোৱাৰীয়েকৰ প্ৰৱেশ নিষিদ্ধ শহুৰেকৰ

মহানগৰীৰ কাহিলিপাৰাৰ হিৰিম্বাপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ মৃত্যুৰ পিছত বোৱাৰীয়েক ঘৰৰ পৰা উলিয়াই দিলে শহুৰেকে। দুই সন্তানক লগত লৈ পুৱাৰে পৰা নিশালৈ গেটৰ সন্মুখত বহি থাকিল বিধৱা মহিলাগৰাকী। বাইহাটাৰ ঘৰত স্বামীৰ সকাম কৰি সবিতা…

ব’ৰ্ডৰ সভাপতিৰ দৌৰত কিংবদন্তি তেণ্ডুলকাৰ, বিচিচিআইৰ নির্বাচনৰ পূর্বে আৰম্ভ জল্পনা–কল্পনা

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি হোৱাৰ দৌৰত এগৰাকী কিংবদন্তি খেলুৱৈ৷ ৰ’জাৰ বিন্নীৰ উত্তৰাধিকাৰী হ’ব পাৰে বহু অভিলেখৰ গৰাকী৷ সংবাদ প্রতিষ্ঠানৰ এক সূত্রত এই কথা সদৰী৷ ৰ’জাৰ বিন্নীয়ে ব’ৰ্ডৰ সভাপতি পদৰ পৰা…

শীর্ষ ষ্টেট ইউনিভার্ছিটীৰ ৯ম স্থানত গুৱাহাটী বিশ্ববিদ্য়ালয়, অভিযান্ত্রিক শাখাত ৮ম গুৱাহাটী IIT

ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে উত্তৰ–পূর্বাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে৷ দেশৰ শ্রেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ নতুন দিল্লীত…

১০ অক্টোবৰত ৮–৯ হাজাৰ শিক্ষকক নিযুক্তি, মুখ্যমন্ত্রীয়ে দিলে সুখবৰ

এক লাখতকৈ অধিক যুৱক–যুৱতীক নিযুক্তি প্রদানেৰে নির্বাচনী প্রতিশ্রুতি সম্পূর্ণ কৰা ৰাজ্য চৰকাৰে অহা ১০ অক্টোবৰত পুনৰ নিযুক্তি দিব ৮–৯ হাজাৰ শিক্ষকক৷ এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ১০…

প্রধানমন্ত্রীৰ চীন ভ্রমণ

দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চীন ভ্রমণ বিশ্বজুৰি চর্চাৰ বিষয় হৈ পৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ড’নাল্ড ট্রাম্পে বিশ্বৰ আন দেশৰ লগতে ভাৰতৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰাক লৈ ভূ–ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে প্রধানমন্ত্রী মোদীৰ…