নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

প্রধানমন্ত্রীৰ চীন ভ্রমণ

দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চীন ভ্রমণ বিশ্বজুৰি চর্চাৰ বিষয় হৈ পৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ড’নাল্ড ট্রাম্পে বিশ্বৰ আন দেশৰ লগতে ভাৰতৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰাক লৈ ভূ–ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে প্রধানমন্ত্রী মোদীৰ…

ভাৰত–চীনক দমনমূলক আচৰণ নকৰিব, ট্রাম্পক পুটিনৰ সকীয়নি

আমেৰিকাই শুল্ক বোমাৰে ভাৰত আৰু চীনক চাপত ৰাখিব বিচৰা কার্যত মুকলি ক্ষোভ প্রকাশ কৰিছে ৰাছিয়াই৷ এচি’ সন্মিলনৰ বাবে চীনত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু চীনৰ কাষত থিয় হৈ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক দেশ দুখনৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৯ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : শ্রৱণা, যাত্রা : শুভ মেষ : ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়৷ বিয়া–বাৰুৰ কথা আগনবঢ়াই ভাল৷ শুভ ৰং…

তেজপুৰ বিশ্ববিদ্যালয়-ৰাছিয়াৰ ফাৰ ইষ্টাৰ্ন ফেডাৰেল বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তি সম্পন্ন

তেজপুৰ বিশ্ববিদ্যালয়ে ৰাছিয়াৰ ভ্লাডিভষ্টকস্থিত ফাৰ ইষ্টাৰ্ন ফেডাৰেল বিশ্ববিদ্যালয়ৰ সৈতে এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। ভ্লাডিভষ্টকস্থিত ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয় ৰাছিয়াৰ এখন সন্মানীয় ৰাজহুৱা বিশ্ববিদ্যালয়। ১৮৯৯…

ছাত্ৰীক বিয়াৰ প্ৰলোভনেৰে অপহৰণ, অভিযুক্ত ছানিদুলক জে’ললৈ প্ৰেৰণ

ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জোৰশিমুলীৰ চাম্পুপাৰাৰ পৰা কিশোৰী অপহৰণকাৰী যুৱক এজনক আৰক্ষীয়ে আজি জে'ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে চাম্পুপাৰা গাঁৱৰ ছানিদুল ইছলাম (২২) নামৰ যুৱকজনে ২ ছেপ্টেম্বৰত চাম্পুপাৰা ইছলামিক শিশু নিকেতনৰ নৱম শ্ৰেণীত…

বিশ্বজুৰি ১১ হাজাৰ প্ৰাৰ্থীতকৈ শ্ৰেষ্ঠ, গ্ল’বেল ষ্টুডেণ্ট এৱাৰ্ডৰ ফাইনেলিষ্ট ভাৰতীয় ছাত্ৰ

‘চেগ.অৰ্গ গ্ল’বেল ষ্টুডেণ্ট প্ৰাইজ ২০২৫’ (Chegg.org Global Student Prize )ত ভাৰতৰ এজন ছাত্ৰ শীৰ্ষ ১০ ফাইনেলিষ্টৰ মাজত স্থান লাভ কৰাত সফল হৈছে। তেওঁৰ উদ্যমশীলতাৰ মনোভাবৰ বাবে তেওঁক ১,০০,০০০ আমেৰিকান ডলাৰৰ ‘চেগ.অৰ্গ গ্ল’বেল ষ্টুডেণ্ট প্ৰাইজ…

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অমিত মিশ্ৰৰ

ভাৰতীয় ক্ৰিকেটাৰ অমিত মিশ্ৰই আজি ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। কিংবদন্তি লেগ স্পীনাৰজনে ২০০৩ চনত ভাৰতৰ হৈ অভিষেক ঘটাইছিল আৰু তেওঁ ২০২৪ চনলৈকে আই পি এলত খেলিছিল। অমিত মিশ্ৰই লিখিছে, “আজি ২৫ বছৰৰ পিছত মই ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা…

ঢেকীয়াজুলিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

📌 ১ নৱেম্বৰৰ পৰা চাউলৰ লগতে দাইল, নিমখ, চেনি চৰকাৰৰ পৰা কম দামত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব 📌১৭ ছেপ্টেম্বৰত মোদীজীৰ জন্মদিনত অৰুনোদই ৩ দিয়াৰ ব্যৱস্থা ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “মহিলা উদ্যমিতা…

এন্দুৰৰ কামোৰত দুই নৱজাতকৰ কৰুণ মৃত্যু, চৰকাৰী হাস্পতালত অঘটন

অন্ধ্রপ্রদেশৰ ইণ্ডোৰস্থিত চৰকাৰী হাস্পতাল এখনত অঘটন৷ এন্দুৰৰ কামোৰত দুই নৱজাতকৰ কৰুণ মৃত্যুক লৈ ৰাজ্যখনত আলোড়নৰ সৃষ্টি হৈছে৷ ইণ্ডোৰৰ বৃহত্তম চৰকাৰী হাস্পতালখনত শিশুৰ অস্ত্রোপচাৰ ৱার্ডত দুই নৱজাতকক এন্দুৰে কামোৰাৰ দুদিন পিছত স্বাস্থ্যৰ অৱনতি…

ব্রিটেইনত গণপতি বিসর্জনপর্বত অঘটন, দুর্ঘটনাত দুই ভাৰতীয় শিক্ষার্থীৰ কৰুণ মৃত্যু

ব্রিটেইনত গণপতি বিসর্জনৰ আনন্দৰ পর্ব বিষাদলৈ পর্যবসিত হয়৷ গণপতি বিসর্জন দিবলৈ গৈ উভতি আহোঁতেই পথ দুর্ঘটনাত দুজনকৈ ভাৰতীয় শিক্ষার্থীয়ে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ গণপতি বিসর্জন দিবলৈ সাত ভাৰতীয় শিক্ষার্থীয়ে এখন গাড়ীৰে উভতি আহি থকা অৱস্থাত আন…