বৰপেটা সত্ৰত সেৱা জনাই বৰপেটাৰ উন্নয়নৰ সংকল্প মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ
অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতেই বৰপেটা জিলাত উপস্থিত হয় মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। জিলাখনলৈ প্ৰথম চৰকাৰী ভ্ৰমণত আহি তেওঁ সৰ্বপ্ৰথমে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰে।
মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা এই পৱিত্ৰ সত্ৰত সেৱা জনাই…