নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাজ্যসভাৰ পৰা পদত্যাগ, TMC ত্যাগ সুস্মিতা দেবৰ

পশ্চিম বংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আন এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছ (TMC)-ত যোগদান কৰা সুস্মিতা দেবে ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে। তেওঁ টিএমচিও ত্যাগ কৰিছে। সুস্মিতা দেবক মমতা বেনাৰ্জীৰ ঘনিষ্ঠ…

ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ দুৰৱস্থা

ধুবুৰী চহৰৰ হৃদয়স্থলত অৱস্থিত ‘ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ’ কেৱল এটা খেলপথাৰ নহয়, ই বৃহত্তম ধুবুৰী অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু জনজীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক ঐতিহ্যৰ প্ৰতীক। গৌৰীপুৰ ৰাজ পৰিয়ালৰ দূৰদৰ্শী শাসক তথা সমাজ হিতৈষী ৰাজা…

বাক্সাৰ বাটাচাৰাত ভয়াৱহ পথ দুৰ্ঘটনা

বাক্সাৰ বাটাচাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা তীব্ৰবেগী বাইকৰ খুন্দাত পথচাৰী নিহত ঘটনাস্থলীতে মৃত্যু ৬৫ বছৰীয়া থেপ্ৰা বড়ো নামৰ লোকজনৰ বজাৰ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তে বৰমা-বৰবৰী সংযোগী পথত তীব্ৰবেগী বাইকৰ খুন্দাত কৰুণ মৃত্যুক…

ইউৰোপৰ ৯০ বিলিয়ন ডলাৰৰ বজাৰত অসমৰ প্রৱেশ

অসমৰ প্রাকৃতিক–পৰম্পৰাগ্ সম্পদক উন্নত প্রযুক্তিৰে ইউৰোপৰ বজাৰলৈ নিয়াৰ লক্ষ্যৰে গুৱাহাটীত হ’ল ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি৷ অসম চৰকাৰ আৰু ইউৰোপীয় সংঘৰ অংশীদাৰিত্বত ৰাজ্যত উদ্যোগ আৰু বাণিজ্য খণ্ডৰ বাবে ৰচিত হ’ল এক নতুন অধ্যায়৷ ভাৰত আৰু…

দেশৰ সর্বাধিক সময় প্রধানমন্ত্রীৰ আসনত… স্বর্ণিল ইতিহাস মোদীৰ

ৰাজনীতি কেৱল ক্ষমতাৰ অংক নহয়৷ ৰাজনীতি হ’ল আস্থা আৰু ইতিহাস নির্মাণৰ এক নিৰৱচ্ছিন্ন মহাযাত্রা৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সোণালী পৃষ্ঠাত নিজৰ নাম স্বর্ণিল আখৰেৰে লিপিবদ্ধ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ আটাইতকৈ দীর্ঘকালীন নির্বাচিত চৰকাৰৰ…

সম্পাদকীয় : অসমক গঢ়াৰ সময়

গণতন্ত্রত প্রতিটো নির্বাচন অকল এটা ৰাজনৈতিক প্রক্রিয়া নহয়, ই এটা নতুন সম্ভাৱনাৰ দুৱাৰ৷ যোৱা নির্বাচনত অসমৰ জনসাধাৰণে নিজৰ পছন্দৰ চৰকাৰ এখন গঠনৰ দায়িত্ব সম্পূর্ণ কৰিছে৷ এখন নতুন চৰকাৰে ৰাইজৰ আশা–আকাংক্ষা পূৰণৰ বাবে সাজু হৈছে৷ এই চৰকাৰৰ হাতত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জুন, জেঠ মাহৰ ২৬ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মূল্য, যাত্রা : মধ্যম মেষ : ব্যৱসায়ীসকল লাভৱান হ’ব৷ মাতৃৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ শিক্ষক, উকীল আদিৰ মধ্যম৷ ভ্রমণত সাৱধান হওক৷ প্রেমত শুভ সংযোগ৷ বৃষ : আর্থিকত ব্যয়ৰ বাবে…

মোদীৰ ১২ বছৰ সম্পূৰ্ণ : বিকশিত ভাৰত-২০৪৭ৰ লক্ষ্যলৈ আগবাঢ়িছে দেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষমতাত থকাৰ ১২ বছৰ আজি সম্পূৰ্ণ হৈছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই ১২ বছৰত দেশে প্ৰথমবাৰ দৰিদ্ৰ কল্যাণ আৰু অভূতপূৰ্ব…

ভাৰতীয়সহ ১৭ লোকৰ নাগৰিকত্ব বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ আমেৰিকাৰ

আমেৰিকাই সোমবাৰে (৮ জুন, ২০২৬) ঘোষণা কৰিছে যে গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত এজন ভাৰতীয় প্ৰব্ৰজনকাৰীসহ মুঠ ১৭জন লোকৰ নাগৰিকত্ব বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আমেৰিকাৰ ন্যায় বিভাগে জনোৱা মতে, নিউজাৰ্ছিভিত্তিক প্লেচমেণ্ট ফাৰ্ম…

মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সন্মান ৰাষ্ট্ৰপতিৰ

অসম সন্তান, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা তথা ভাৰতীয় সেনাত মেজৰ হিচাপে কৰ্মৰত ভাৰ্গৱ কলিতাই জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত দুর্দান্ত সাহসিকতা প্ৰদৰ্শন কৰা বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় শৌৰ্য চক্ৰ সন্মানেৰে…