৫ শিশুসহ ১২ ৰোগী GMCH-ত চিকিৎসাধীন
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ৷ ৰাজ্যখনৰ মৰিগাঁও, ডিমা হাছাও, গোলাঘাট, কার্বি আংলং আদি জিলাত ভয়াৱহ ৰূপত এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷
জিলাকেইখনত এনকেফেলাইটিছ ৰোগত আক্রান্ত ৰোগীসকলক ইতিমধ্যে গুৱাহাটী চিকিৎসা…