নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাক অমৃত প্ৰবাহ সাংবাদিকতা বঁটা প্ৰদান

🔹 শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি-অমৃত প্ৰবাহ কাকত গোষ্ঠীৰ বঁটা প্ৰদান অনুষ্ঠান 🔹 কামিনী বৰুৱালৈ আদৰ্শ জননী বঁটা বিশেষ বাৰ্তা, ১৬ আগষ্ট : বিগত দহটা বৰ্ষ সুন্দৰ আৰু সফলতাৰে অতিক্ৰম কৰি ১৫ আগষ্টৰ বিয়লিবেলা গুৱাহাটীৰ কটন কলেজ এলুমনাই হলত…

তিতাবৰ সীমান্তৰ বেকাজানত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

🔹 নিশা গাঁওৰক্ষী বাহিনীয়ে ধৰি আৰক্ষীক গতালে কাঠৰ কুণ্ডাভৰ্তি ট্ৰেক্টৰ নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান আৰক্ষী আৰু তিতাবৰৰ বন বিভাগৰ সোপাঢিলা নীতিৰ পৰিপ্ৰেক্ষিতত নিশাৰ সুযোগত অব্যাহত আছে চোৰাং কাঠৰ…

গৰৈমাৰীত কোটি টকাৰ চুৰি সামগ্ৰীসহ তিনি হাইজেকাৰক আটক

বিশেষ বাৰ্তা, ১৬ আগষ্ট : গৰৈমাৰীত চুৰি হোৱা কোটি টকাৰ সামগ্ৰীসহ তিনি হাইজেকাৰক আটক কৰে আৰক্ষীয়ে। কামৰূপৰ জোৰশিমুলী আৰক্ষীৰ জালত পৰে তিনিটাকৈ কুখ্যাত হাইজেকাৰ। তিনি হাইজেকাৰৰ পৰা উদ্ধাৰ হৈছে এখন ট্ৰাকসহ ১ কোটি ১৩ লাখ টকাৰ চুৰি সামগ্ৰী।…

নাজিৰাত দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ

🔹 দীৰ্ঘদিনে গড়আলি ভেৱাচুকত নাহৰফুটুকীৰ সন্ত্ৰাস নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : অস্তিত্বহীন গেলেকী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য আৰু বাসস্থানৰ সন্ধানত ওলাই অহা নাহৰফুটুকী বাঘৰ এটা জাকে আজি কিছুদিন ধৰি নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে গড়আলি…

ডিমাকুছিৰ ৰজাগড়ত শোকাকুল পৰিৱেশ, বন্যহস্তীৰ আক্ৰমণত নিহত এজন

🔹 পুৱা চাহ বাগিচালৈ পাত তুলিবলৈ যোৱাৰ সময়তে পিছফালৰ পৰা আক্ৰমণ বন্যহস্তীৰ নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : হাতী-মানুহৰ সংঘাতে জুৰুলা কৰিছে ভূটান সীমান্তৱৰ্তী অঞ্চলবাসীক । ৰাজ্যত পুনৰ হাতী-মানুহৰ সংঘাত দিনকদিনে বৃদ্ধি পাইছে৷ ডিমাকুছিৰ ৰজাগড়ত…

চাবুৱাৰ দিনজয় চাহ বাগিচাত ভয়ংকৰ ঘটনা, ডায়েৰীয়াৰ আতংক, এসপ্তাহত শিশুসহ ৫জনৰ মৃত্যু

বিশেষ বাৰ্তা, ১৬ আগষ্ট : চাবুৱাৰ দিনজয় চাহ বাগিচাত যোৱা এটা সপ্তাহৰ ভিতৰত শৌচ, বমি আৰু পেটৰ বিষত আক্ৰান্ত হৈ শিশুসহ ৫জনৰ মৃত্যুৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। এই অঞ্চলৰ পকা লাইনত ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ খবৰে…

স্বাধীনতা দিৱসৰ দিনাই ডিক্ৰং নৈৰ পাৰত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

🔹 নিথৰ দেহ উদ্ধাৰৰ ক্ষেত্ৰত দুই থানা, এক আৰক্ষী চকীৰ মাজত ঠেলা-ঠেলি নিয়মীয়া বাৰ্তা,  ১৬ আগষ্ট : স্বাধীনতা দিৱসৰ দিনটোতে লালুকৰ দক্ষিণ দিশত থকা ডিক্ৰং নদীৰ পাৰত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বিহপুৰীয়া থানাৰ…

পুনৰ মিঞাই প্ৰহাৰ কৰিলে অসমীয়া যুৱকক

🔹 নিশা গাড়ীৰ চালক পল্লৱক ডিঙিত ধৰি অপদস্থ বিশেষ বাৰ্তা, ১৬ আগষ্ট : পুনৰ মিঞাই প্ৰহাৰ কৰিলে অসমীয়াক। ৰহা-কামপুৰ সংযোগী পথৰ কাকতি গাঁৱত নিশা সামগ্ৰী কঢ়িওৱা এখন গাড়ীৰ চালকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।…

টেষ্ট ক্রিকেটে দেশক ‘দেউলীয়া’ কৰি তুলিব

🔹 আইচিচিক সকীয়ালে অষ্ট্রেলিয়াৰ ক্রিকেট মুৰব্বীয়ে নিউজ ডেস্ক, ১৬ আগষ্ট : কিছুদিন পূর্বে সামৰণি পৰিছিল ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টেষ্ট শৃংখলা৷ বিশেষজ্ঞসকলৰ মতে, এনে এক ৰোমাঞ্চকৰ টেষ্ট শৃংখলা বহু বছৰ ধৰি দেখা পোৱা নাই৷ ঐতিহাসিক এছেজ…