নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাক থিংক টেংকৰ ৱেবিনাৰলৈ গৌৰৱক আমন্ত্রণ

🔹 ভয়ংকৰ ৰূপত উন্মোচিত প্রদেশ কংগ্রেছৰ সভাপতিৰ পাকিস্তানপ্রীতি নিউজ ডেস্ক, ১৬ আগষ্ট : গোপনে একাধিকবাৰ পাকিস্তান ভ্রমণ তথা চিৰবৈৰী ৰাষ্ট্রখনৰে পত্নীৰ সম্পর্কক লৈ চর্চা অব্যাহত থকাৰ মাজতে আন এক বিতর্কত সাঙোৰ খাই পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি…

স্বাধীনতা দিৱস

দেশবাসীৰ বাবে এক আৱেগ আৰু উদ্দীপনাৰ ক্ষণ৷ ১৫ আগষ্ট মানেই দেশপ্রেমৰ আৱেগ আৰু উৎসৱ উদযাপনৰ উদ্দীপনা৷ দেশৰ স্বাধীনতা আন্দোলনৰ গৌৰৱগাথাৰ স্মৰণৰ দিন৷ দেশে স্বাধীনতা লাভ কৰাৰ অতীতগাথাক সোঁৱৰণৰ সমান্তৰালকৈ স্বাধীনতাক উদযাপনৰ দিন৷ প্রায় দুশ বছৰীয়া…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১৬ আগষ্ট, শনিবাৰ মেষ : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে৷ শৰীৰ মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷ বৃষ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ শিল্পীসকলৰ প্রাপ্য সন্মান…

নলবাৰীত ৫৭৬ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধনী-শিলান্যাস মুখ্যমন্ত্ৰীৰ

নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী সদৰ সমষ্টিত বিকাশৰ এদিন পালনত ৫৭৬ কোটি টকা ব্যয়ৰে আজি  কেবাটাও প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসৰ কাৰ্যসূচী ৰূপায়ন কৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ১৯৮৫ চনৰ ১৪ আগষ্টৰ দিনা নলবাৰী…

৮৫৫জন শ্বহীদ কৰা কংগ্ৰছৰ ওচৰত আঁঠু লৈছে লুৰিণজ্যোতিয়ে

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাজিৰাত যেন একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। আজি নাজিৰা বিধানসভা সমষ্টিৰ নাজিৰা,আমগুৰি আৰু শিমলুগুৰিত বিজেপিৰ মণ্ডল কাৰ্যালয় মূকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী…

বিশ্বস্ত প্ৰহৰী মোহনমালাৰ মৃত্যু : শোকত ম্ৰিয়মাণ কাজিৰঙাৰ বন্যপ্ৰাণী

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মোহনমালাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ বিশ্বস্ত হাতী মোহনমালাই আজি বাধক্যজনিত কাৰণত ৮৫ বছৰ বয়সত আজি ইহলীলা সম্বৰণ কৰে। আজি পুৱা ৯.৪০ বজাত মিহিমূখত শেষ নিশ্বাস ত্যাগ কৰে মোহনমালা নামৰ মাইকী হাতীজনীয়ে।…

৬০ বছৰে জাতীয় পতাকা প্ৰস্তুত জোনাইৰ এগৰাকী বয়োজেষ্ঠ দৰ্জীৰ

কাইলৈ স্বাধীনতা দিৱস৷ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছে বিভিন্নজনে৷ তাৰ মাজতে বিগত প্ৰায় ৬০ বছৰে নিজ হাতেৰে পতাকা প্ৰস্তুত কৰি দেশপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ  এইগৰাকী বয়োজেষ্ঠ দৰ্জীয়ে ৷…

মঙলদৈ কলেজলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি

বিশ্ববিদ্যালয় অনুদান আয়োগে মঙলদৈ মহাবিদ্যালয়লৈ স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদানে দৰঙত উৎসাহ মুখৰ পৰিবেশৰ সষ্টি কৰিছে। আয়োগে প্ৰেৰণ কৰা এক পত্ৰত ২০২৫ - ২০২৬ বৰ্ষৰ পৰা ২০৩৪ - ২০৩৫ বৰ্ষলৈ ১০ বছৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা বুলি…

দেশৰ স্বাধীনতা দিৱসলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত প্রিয়ম ডি জ্যোৎস্না

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰিছে সাহিত্য চৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা অসমৰ যুৱ প্ৰতিভা প্রিয়ম ডি জ্যোৎস্নাই। ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অনুমোদনত…

ইছৰো ভিজিটৰ বাবে বাছনি নগৰবেৰাৰ আলমিৰাজ ৰাব্বানি

কামৰূপৰ নগৰবেৰাৰ পলাহৰটাৰীস্থিত আদৰ্শ বিদ্যালয়, দোকুচিৰ দ্বাদশ শ্ৰেণীৰ প্ৰতিভাৱান ছাত্ৰ আব্দুল্লা আলমিৰাজ ৰাব্বানি আগন্তুক বেংগালুৰুস্থিত ইছৰো (ISRO)ৰ এক্সপ্ল’ছিভ ভিজিট ২০২৫ৰ বাবে নিৰ্বাচিত হৈছে। স্মৰ্ত্তব্য যে অসমৰ বাৰখন বিদ্যালয়ৰ মুঠ…