নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

লোকসভাত গৃহীত ৰাষ্ট্রীয় ক্রীড়া বিধেয়ক

🔹 ভাৰতীয় ক্রীড়া ক্ষেত্রত এক যুগান্তকাৰী সিদ্ধান্ত নিউজ ডেস্ক, ১২ আগষ্ট : ভাৰতৰ ক্রীড়াখণ্ডত এক যুগান্তকাৰী সিদ্ধান্ত৷ অৱশেষত লোকসভাত গৃহীত হ’ল ক্রীড়া বিধেয়ক৷ কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মাণ্ডব্যৰ মতে স্বাধীনতাৰ পিছত ভাৰতীয়…

পাকিস্তানৰ পাৰমাণৱিক ব্লেকমেইলিঙৰ প্রত্যুত্তৰ দিব ভাৰতে

ভাৰতভূমিক অশান্ত কৰাৰ নিৰন্তৰ চেষ্টাত ব্রতী হৈ অহা সন্ত্রাসবাদৰ মদদপুষ্ট চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক কঠোৰ সকীয়নি প্রদান কৰিছে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে৷ শুল্ক বোমাৰ মাজতে দেশখনৰ সেনাপ্রধান ফিল্ড মার্শ্বেল আছিম মুনীৰে আমেৰিকাৰ ভূমিত বহি…

আমছুৱে হুলস্থূল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ’ব : মুখ্যমন্ত্রী

বনভূমি বেদখল কৰা সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদক বিৰোধিতা কৰি অহা সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, চমুকৈ আমছুক উদ্দেশ্যি মুখ্যমন্ত্রীৰ স্পষ্ট বার্তা– আমছুৱে যিমানে প্রতিবাদ কৰিব, উচ্ছেদ দুটা বেছিকৈ হ’ব৷ উল্লেখ্য যে…

আমেৰিকা কাৰো বন্ধু নহয়

আমিয়ে বিশ্বৰ হর্তাকর্তা৷ অর্থনৈতিক সাম্রাজ্যবাদৰ জৰিয়তে সমগ্র বিশ্বক হাতৰ মুঠিত ৰাখিব বিচৰা আমেৰিকাৰ এনে দাদাগিৰি দীর্ঘকাল চলি আহিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতিৰ শাসনত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হোৱাৰ সময়ত ভাৰতৰ স’তে বাণিজ্যিক আৰু বৈদেশিক সম্পর্ক…

১৫ আগষ্টত সর্বাত্মক বন্ধ ঘোষণা আলফা (স্বাঃ)ৰ

স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত সর্বাত্মক বন্ধ ঘোষণা কৰিছে আলফা স্বাধীনে৷ সেইদিনা নিশা ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নিষিদ্ধঘোষিত সংগঠনটোৱে বন্ধ ঘোষণা কৰিছে৷ এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা স্বাধীনৰ প্রচাৰ বিভাগৰ সহঃ সম্পাদক ঈশান অসমে এই…

এবছৰতে ৰাজ্যত ৪২ চোৰাং চিকাৰীক গ্রেপ্তাৰ : গঁড় হত্যা প্রতিৰোধৰ সংকল্প

এশিঙীয়া গঁড়ৰ বাবে বিশ্বৰ মানচিত্রত অসমে এক সুকীয়া স্থান লাভ কৰি আহিছে৷ এই এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ যাৰ ফলপ্রসূ ফলাফল দেখিবলৈ পোৱা গৈছে৷ ৰাজ্যত ক্রমাৎ শূন্যৰ দিশে ধাৱমান হৈছে গঁড়…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১২ আগষ্ট, শাওণ মাহৰ ২৬ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণ তৃতীয়া, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই মেষ : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা,…

ৰাজীৱ শদিয়াৰ পত্নীৰ নামত ফেচবুক পেজ খুলি ধন সংগ্ৰহ, গ্ৰেপ্তাৰ সোণমণি

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলীয়াল গগৈৰ নামত দীৰ্ঘদিনৰ পৰা এটা ভুৱা ফেচবুক পেজ খুলি টকা সংগ্ৰহ কৰা “Upasana Gogoi FC” ৰ মূল ব্যক্তি সোণমণি দত্ত ওৰফে পৱন দত্তক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সোণমণি দত্তই ফেচবুক পেজটোত…

চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি হিৰাইথ

চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (চি এছ এ এফ এফ)ৰ ষোড়শ সংস্কৰণত প্ৰতিযোগিতা শাখাত প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে চাও পাৰ্থ বৰগোহাঁইৰ ৰচনা, পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে অসমীয়া…

ক্ৰিকেট বিশ্বকাপৰ কাউণ্ট-ডাউন আৰম্ভ, কেতিয়া আৰু ক’ত হ’ব খেল; জানক সম্পূৰ্ণ সূচী

আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ কাউণ্টডাউন আৰম্ভ হৈছে। এইবাৰ ভাৰতে এদিনীয়া বিশ্বকাপ ২০২৫ৰ আয়োজনৰ দায়িত্ব লৈছে। বিশ্বকাপৰ আৰম্ভণিত এতিয়া মাত্ৰ ৫০ দিন বাকী আছে। বিশ্বকাপ ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব, য’ত ভাৰতীয় মহিলা দল শ্ৰীলংকা মহিলা দলৰ…