নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ভুৱা ফেচবুক একাউণ্টত বিজেপি নেত্ৰীৰ অশ্লীল ফটো ভাইৰেল

🔹 মৰিয়নিত মহিলাসহ দুজনক জে'ললৈ বিশেষ বাৰ্তা, ১১ আগষ্ট : মৰিয়নিৰ এগৰাকী বিজেপি নেত্ৰীৰ অশালীন ফটো সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হোৱা ঘটনাই ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পূৰ্বৰ মৰিয়নি সমষ্টি আৰু বৰ্তমানৰ তিতাবৰ সমষ্টিৰ…

চীনক শুল্ক আৰোপ কৰিবলৈ দুখোজ আগুৱাই এখোজ পিছুৱাইছে ট্ৰাম্প প্ৰশাসন, কিন্তু কিয়?

ৰাছিয়াৰ পৰা অশোধিত তেল আৰু গেছ আমদানিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশৰ শুল্ক লগাইছে। এনে পৰিস্থিতিত ভাৰতৰ ওপৰত শুল্ক লগোৱাৰ পিছত এই প্ৰশ্ন বাৰম্বাৰ উত্থাপিত হৈছে যে এতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে চীনৰ ওপৰতো…

ৰাজ্যিক পেৰাস্প’ৰ্টছত দুটাকৈ সোণৰ পদক বোকাখাতৰ জিণ্টু দলেৰ

বিশেষ বাৰ্তা, ১১ আগষ্ট : গুৱাহাটীৰ সৰুসজাই এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্চম সদৌ অসম পেৰাস্পৰ্টছত বোকাখাতৰ জিণ্টু দলেই গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰি দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ এফ ৪০ শাখাত অংশগ্রহণ কৰি শ্বটপুট আৰু…

নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ-শিক্ষাবিদ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰলৈ সমাজ শিল্প সাধনা বঁটা

নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : নাহৰকটীয়াৰ বিশিষ্ট শিক্ষাবিদ তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰক প্ৰদান কৰা হৈছে সমাজ শিল্প সাধনা বঁটা ২০২৫। নাহৰকটীয়াৰ সামাজিক সংগঠন ছ'চাইটী ফৰ বলি মৰা থান চিতা কুণ্ড প্ৰকল্প নামৰ এন জি…

বিশিষ্ট নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ চিৰবিদায়, সৰ্বত্ৰ শোক

এটা যুগৰ অৱসান ঘটিল। এগৰাকী মহীৰূহে আজি ইহজীৱনৰ পৰা বিদায় মাগিলে। টাইটানিকৰ দৰে বিশাল ঘটনা এটাক মঞ্চত সাকাৰ ৰূপ দি তেওঁ গললৈ জীৱনৰ মায়া এৰি। কহিনুৰৰ মঞ্চত টাইটানিক মঞ্চস্থ আঁৰৰ মানুহজন জীৱনৰ পৰা মেলানি মাগিলে। তেওঁ আন কোনো নহয়, অসমীয়া…

বন্দে ভাৰতৰ আপডেট : ভাৰতৰ সবাতোকৈ দীঘলীয়া পথৰ ৰেকৰ্ড

নাগপুৰ (Ajni)-পুনে বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ সবাতোকৈ দীঘলীয়া বন্দে ভাৰত পথ হৈ পৰিছে, যিয়ে নতুন দিল্লী-বাৰাণসী পথক অতিক্ৰম কৰিছে। প্ৰায় ১২ ঘণ্টাত ৮৮১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এই ট্ৰেইনখন কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন…

ভাৰতৰ উন্নতি মানি ল’ব পৰা নাই আমেৰিকাই

🔹 মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক ক্ষুৰধাৰ সমালোচনা প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ নিউজ ডেস্ক, ১১ আগষ্ট : আমেৰিকাই আৰোপ কৰা শুল্ক বোমাৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ এইক্ষেত্রত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক…

বিৰাট কোহলিক জ্ঞান দিয়া বাবৰ আজমৰ নামত লজ্জাজনক ৰেকৰ্ড

বাবৰ আজম এটা দুৰ্দান্ত য়ৰ্কাৰত বোল্ড হল। আজমে বলটো বুজিবই নোৱাৰিলে, তেওঁ বলটো চাই ৰৈ গ’ল আৰু তেওঁৰ উইকেট উৰি গ’ল। ৩টা বল খেলি তেওঁ শূন্যত পেভিলিয়নলৈ উভতি গ’ল। এই ঘটনা ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে। নিজৰ বেয়া ফৰ্মৰ পিছত বাবৰ আজম টি-২০ৰ পৰা…

গাজাত ইজৰাইলৰ আক্ৰমণ, ৫ সাংবাদিকৰ প্ৰাণহানি

ইজৰাইলে গাজাত কৰা আক্ৰমণত পাঁচজন সাংবাদিকৰ মৃত্যু হৈছে, য’ত কাটাৰৰ মিডিয়া হাউচ আল জাজিৰাৰ আনাছ আল-শ্বাৰিফো অন্তৰ্ভুক্ত। গাজা চহৰৰ আল-শ্বিফা হাস্পতালৰ ওচৰত সাংবাদিকৰ বাবে নিৰ্মিত এটা গৃহত ইজৰাইলৰ আক্ৰমণত এইসকলৰ মৃত্যু হৈছে। নিউজ এজেন্সী…

বজালীত গছপুলি ৰোপণেৰে পুত্ৰৰ জন্মদিন পালন দিনহাজিৰা কৰা পিতৃৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : সমগ্ৰ বিশ্বতে প্ৰতিদিনে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা৷ যি উষ্ণতাই বেয়াকৈ প্ৰভাৱিত কৰিছে অসমকো৷ বিগত বৰ্ষৰ দৰে এইবেলিও অকল্পনীয়ভাৱে তাপমান বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত পুৱা ৭:৩০ বজাতে আৰম্ভ কৰিবলগীয়া…