ইণ্টাৰনেটত হৈ-চৈ : বিয়াত বহিবলৈ সাজু ক্ৰিষ্টিয়ানো ৰ’নাল্ডো
বিশ্বৰ বিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে অতি সোনকালে বিয়া কৰাবলৈ ওলাইছে। পাঁচ সন্তানৰ পিতৃ ৰ’নাল্ডোৰ সংগী জৰ্জিনা ৰ’ড্ৰিগেছৰ ইনষ্টাগ্ৰামত এনে এটা পোষ্ট কৰিছে, যিয়ে ইণ্টাৰনেটত হৈ-চৈ লগাইছে। প্ৰকৃততে বহুদিন ধৰি দুয়োৰে বাগদানৰ খবৰ…