এদিনীয়াৰ পৰাও অৱসৰ ল’ব বিৰাট–ৰোহিতে
🔹 ব’ৰ্ডৰ চাপ বৃদ্ধি পাইছে দুই ভাৰতীয় তাৰকা ক্রিকেটাৰৰ ওপৰত
নিউজ ডেস্ক, ১১ আগষ্ট : বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ লক্ষ্য ২০২৭ বর্ষৰ এদিনীয়া বিশ্বকাপ৷ সেই প্রতিযোগিতাখনত খেলাৰ বাবেই যোৱা বছৰ আন্তর্জাতিক টি–২০ ক্রিকেটৰ পৰা তেওঁলোকে অৱসৰ গ্রহণ…