নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হাইড্ৰ’পনিক ফাৰ্মিংলৈ ৰাষ্ট্ৰীয় স্তৰত আদৰ্শ বিদ্যালয়, দোকুছিৰ জয়যাত্ৰা

এনচিইআৰটি, নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া ৫২ তম ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী '২০২৫ৰ বাবে কামৰূপ জিলাৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত আদৰ্শ বিদ্যালয়, দোকুছি (নগৰবেৰা) মনোনীত হৈছে। বিদ্যালয়খনে “হাইড্ৰ’পনিক ফাৰ্মিং” শীৰ্ষক…

Indigo বিমানক বিহিলে জৰিমনা, কিন্তু কিহৰ বাবে

ইণ্ডিগো এয়াৰলাইনৰ ওপৰত ডেৰ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে। দিল্লীৰ উপভোক্তা ফ’ৰামে এজন যাত্ৰীৰ অভিযোগৰ ভিত্তিত এই ৰায় দিছে। যাত্ৰীৰ অভিযোগ আছিল যে, আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা দিল্লীলৈ অহা ফ্লাইটত তেওঁক অস্বচ্ছ আৰু মলিন আসন প্ৰদান কৰা…

এদিনীয়া দলত থাকিবলৈ ৰোহিত-কোহলিক চর্ত আৰোপ, জানক সবিশেষ

ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলা সমাপ্ত হোৱা ১০ দিনও হোৱা নাই, তেতিয়াই বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ODI অৱসৰৰ খবৰসমূহে পুনৰ তীব্ৰতা লাভ কৰিছে। টীম ইণ্ডিয়াৰ পৰৱৰ্তী এদিনীয়া শৃংখলা অহা অক্টোবৰ মাহত অষ্ট্ৰেলিয়াৰ বিপক্ষে হ'ব। ভাৰত বনাম…

বাঘবৰত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অধীনস্থ দিঘীৰপাম গাঁৱৰ তাইজুদ্দিনৰ (৫৬) ঘৰত নিশা বাঘবৰ আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান।উল্লেখযোগ্য যে তাইজুদ্দিনে দীৰ্ঘ দিনৰে পৰা নিজ ঘৰতে অবৈধ ভাৱে গাঞ্জা বিক্ৰী কৰি ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে।…

টুপামাৰীত আমাৰ প্ৰয়াস গোষ্ঠীৰ হৰ ঘৰ ত্ৰিৰংঙ্গা আৰু স্বচ্ছতা কার্যসূচী সম্পন্ন

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৩নং টুপামাৰী গাওঁ পঞ্চায়তত বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ৰূপায়ন কৰে। এই উপলক্ষে পুৱা ভাগত এক সজাগতা সভা অনুষ্ঠিত হয় | সভাৰ শেষৰ এক সমদল উলিয়াই গাওঁ পঞ্চায়ত…

অক্টোবৰত গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টন, সূচী ঘোষণা

বিশ্ব বেডমিণ্টন ফেডাৰেচনে অহা ৬ৰ পৰা ১১ অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত হ’বলগীয়া বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ-২০২৫ ৰ সূচী ঘোষণা কৰিছে৷ সুহান্দিনাটা কাপ (মিক্সড টিম ইভেণ্ট) ৰূপে পৰিচিত জুনিয়ৰ…

আছাম ৰাইফলছৰ শিবিৰত উগ্ৰপন্থীৰ আক্ৰমণ : ULFA-NSCNক সন্দেহ!

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনছাৰ সমীপৰ লাজুত অৱস্থিত আছাম ৰাইফলছৰ এটা শিবিৰত আজি পুৱা প্ৰায় ৪ বজাত উগ্ৰপন্থী সংগঠনে স্বয়ংক্ৰিয় অস্ত্ৰ হস্তৰে আক্ৰমণ কৰা ঘটনাই  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰণিধানযোগ্য যে কিছুদিন আগতে ম্যানমাৰৰ আলফা…

উৰিয়ামঘাটত পুনৰুদ্ধাৰ কৰা ভূমিত ১৫,০০০ উৰিয়াম গছৰ ৰোপণ

ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পুনৰুদ্ধাৰ কৰা অঞ্চলসমূহক প্ৰাকৃতিক সেউজীয়া আৱৰণলৈ ঘূৰাই অনাৰ এক বৃহৎ পদক্ষেপ হিচাপে আজি উৰিয়ামঘাটৰ সোণাৰিবিলত বৃহৎ পৰিসৰৰ বৃক্ষৰোপণ অভিযান আৰম্ভ কৰা হয়। ৩০ জুলাইৰ পৰা চলি থকা সফল উচ্ছেদ অভিযানৰ পিছতে এই পদক্ষেপ…

ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ লাভ দৰঙৰ কৃষি উদ্যোগী মহিলা দীপ্তি চহৰীয়াৰ

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব লগীয়া এক বিশেষ অনুষ্ঠানৰ বাবে বিশেষ ভাবে আমন্ত্ৰিত দৰঙৰ প্ৰগতিশীল কৃষি উদ্যোগী মহিলা দীপ্তি চহৰীয়া। দেশৰ বিভিন্ন ৰাজ্যৰ অন্যান্য সাতগৰাকী কৃষকৰ লগতে অসমৰ পৰা একমাত্ৰ কৃষক হিচাপে দৰঙৰ জলজলী…

গৌৰৱৰ ন-অসমীয়া ‘মিঞা’ৰ বাবে ঠাই নাই অসমত : মুখ্যমন্ত্ৰী

মিঞাক লৈ উত্তপ্ত হৈ আছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে কালি এটা সামাজিক মাধ্যমৰ ভিডিঅত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মিঞাসকলক ন-অসমীয়া বুলি অভিহিত কৰিছিল। আৰু তাৰ পিছতেই গৌৰৱৰ প্ৰতি সকলো সৰৱ হৈ পৰিছিল। ইয়াৰ পিছতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত…