নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জগদীপ ধনখড়ৰ উত্তৰসূৰী কোন? ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন

নিৰ্বাচন আয়োগে আজি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে ৯ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। কিয়নো প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ২১ জুলাইত হঠাৎ তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছিল। ফলত তেওঁৰ পদত্যাগৰ পিছত এই পদটো খালী হৈ পৰিছে।…

UPIত ৭টা নতুন নিয়ম বলৱৎ… সতৰ্ক নহ’লেই পৰিব পাৰে বিপদত!

ছিষ্টেমৰ ওপৰত চাপ হ্ৰাস, পেমেণ্টত বিলম্ব হোৱা, বিফল লেনদেনৰ দৰে সমস্যা হ্ৰাসৰ বাবে একাধিক নতুন নিয়ম জাৰি কৰিবলৈ সাজু হৈছে নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অব ইণ্ডিয়া (NPCI)। NPCIৰ মতে নিয়মে UPI ব্যৱস্থাক অধিক মসৃণ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তুলিব।…

নন্দিনীৰ হিট এণ্ড ৰানৰ ঘটনাত USTMৰ যোগসূত্ৰ, বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

ইউ এছ টি এমৰ উপাচাৰ্য মেহবুবুল হকে নন্দিনী কাশ্যপৰ হিট-এণ্ড-ৰান ঘটনাত ছামিউলৰ পৰিয়ালক মেনেজ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগৰ পিছত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। নন্দিনীৰ পৰা এই দুৰ্ঘটনাৰ দাগ মচিবলৈ হকৰ বিৰুদ্ধে ছামিউলৰ পৰিয়ালক ৫ লাখ টকা…

কলিয়াবৰত পুৱতি নিশা বিলাসী বাহনেৰে গৰু চোৰৰ হামলা

🔹 গৰু চোৰৰ বাহনৰ খুন্দাত আহত তিনি আৰক্ষী বিশেষ বাৰ্তা, ১ আগষ্ট : কলিয়াবৰত পুৱতি নিশা আৰক্ষীৰ এক অভিযানৰ সময়ত গৰু চোৰৰ বাহনৰ খুন্দাত তিনিজন আৰক্ষী আহত হোৱাৰ লগতে এজন গৰু চোৰ গ্ৰেপ্তাৰ হৈছে। আৰক্ষীয়ে জব্দ কৰা বিলাসী বাহনখনৰ পৰা চাৰিটা গৰু…

পলাশবাৰীত বিছনাত থিয় হৈ ৰাতি কটাবলৈ বাধ্য হ’ল পত্নী

🔹 পত্নীৰ ওপৰত তালিবানী শাস্তি 🔹 ছফিকুৰ ৰহমানৰ দানৱীয় অত্যাচাৰৰ ভিডিঅ’ ভাইৰেল নিয়মীয়া বাৰ্তা, ১ আগষ্ট : দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হালীগাঁৱৰ তাহাৰপাৰাত সংঘটিত এক ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছফিকুৰ…

AQI উন্নতি : দিল্লীৰ বায়ু ৭ বছৰৰ ভিতৰত আটাইতকৈ বিশুদ্ধ

প্ৰদূষণৰ সৰ্বাধিক ক্ষতিৰ সন্মুখীন হোৱা দিল্লীত এই দিনবোৰত ‘দশকৰ সৰ্বাধিক পৰিষ্কাৰ বায়ু’ৰ প্ৰচাৰ চলিছে। দিল্লীয়ে এইবাৰ জুলাই মাহত বিগত ৭ বছৰৰ ভিতৰত সৰ্বাধিক পৰিষ্কাৰ বায়ু ৰেকৰ্ড কৰিছে। বায়ু গুণাগুণ সূচকাংক (AQI) গড়ে ৭৮ আছিল, যিটো যথেষ্ট…

৬টা ভাৰতীয় কোম্পানীৰ বিৰুদ্ধে নিষেধাজ্ঞা ৰাষ্ট্রপতি ট্রাম্পৰ

🔹 ইৰানৰ পৰা তেল ক্রয় কৰাটো অপৰাধ 🔹 ‘বন্ধু ৰাষ্ট্র’ ভাৰতৰ ওপৰত শুল্ক লগাই পাকিস্তানৰে বাণিজ্যিক চুক্তি আমেৰিকাৰ নিউজ ডেস্ক, ১ আগষ্ট : শেহতীয়া কেতবোৰ কাম–কাজে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ পাকিস্তানপ্রীতি স্পষ্ট কৰিছে৷ ভাৰতে বন্ধু…

খেৰণিত বনৰীয়া হাতীৰ উপদ্ৰৱ : দুটা পৰিয়ালৰ পাঁচটিকৈ বাসগৃহ লণ্ডভণ্ড

বিশেষ বাৰ্তা, ১ আগষ্ট : পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ খেৰণি, মাইলু অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পোৱা বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসীৰ৷ প্ৰাপ্ত বাতৰি অনুসৰি, আজি পুৱতিনিশা বনৰীয়া হাতীৰ এটা জাকে খেৰণিৰ মাইলুস্থিত দুটি পৰিয়ালৰ…

টি-২০ বিশ্বকাপৰ পিছতেই চাকৰি হেৰুৱাব গম্ভীৰে! জানক বিশেষজ্ঞৰ ভবিষ্যদ্বাণী

ইংলেণ্ড ভ্ৰমণত শুভমন গিলে ভাৰতীয় অধিনায়ক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছে। এই ছিৰিজে গিলৰ মহান অধিনায়কত্বৰ কেৰিয়াৰৰ ভিত্তি স্থাপন কৰিব পাৰে, কিন্তু এই ছিৰিজে গৌতম গম্ভীৰৰ বাবে অতি ক্ষতিকাৰক প্ৰমাণিত হ’ব পাৰে। প্ৰকৃততে ইংলেণ্ড ক্ৰিকেট দলৰ…

ধনশ্ৰীৰে বিচ্ছেদক লৈ মুখ খুলিলে চাহালে, টি-ছাৰ্টত দিলে বাৰ্তা

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ মাজত বিবাহ বিচ্ছেদৰ খবৰ এই বছৰ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছিল। দুয়োজনে ২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু পাঁচ বছৰৰ ভিতৰতে তেওঁলোকৰ সম্পৰ্ক…