গিলৰ ভুলৰ বাবে বিপদত ভাৰতীয় দল, অভেল-ত প্ৰথম দিনা ৫টা বৃহৎ ভুল
ভাৰত আৰু ইংলেণ্ডৰ মাজত কেনিংটন অভেলত অনুষ্ঠিত পঞ্চম টেষ্ট মেচৰ প্ৰথম দিনত ভাৰতীয় দলৰ প্ৰদৰ্শন নিৰাশাজনক আছিল। শুভমন গিলৰ ৰান আউটৰ পৰা আৰম্ভ কৰি সাই সুদৰ্শন আৰু ৰবীন্দ্ৰ জাদেজাৰ সৰু সৰু ইনিংছলৈকে কেইবাটাও ভুলৰ ফলত ভাৰতীয় দল বেকফুটত পৰিছে।…