ধূমপান-এ কৰ্কটৰ বাহিৰেও শৰীৰ ধ্বংস কৰে, মাৰাত্মক ৰোগৰ তালিকা দীঘল
ধূমপান এটা শ্লো পয়জনৰ দৰে, যিয়ে মানুহৰ জীৱনক শেষ কৰি দিয়ে আৰু শৰীৰৰ বিভিন্ন অংগ ধ্বংস কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ (ডব্লিউএইচঅ’) মতে, ধূমপানৰ ফলত প্ৰতিবছৰে বিশ্বজুৰি লাখ লাখ লোকে প্ৰাণ হেৰুৱায়। ধূমপানৰ ফলত কৰ্কটৰ দৰে অসাধ্য ৰোগ হয় আৰু…