হিট এণ্ড ৰান কাণ্ডৰ মূল অভিযুক্ত নন্দিনীক মাৰাথন জেৰা অব্যাহত
হিট এণ্ড ৰান কাণ্ড : অৱশেষত সাৰ পালে মহানগৰ আৰক্ষী। ছাত্ৰ ছামিউলৰ মৃত্যুত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে নন্দিনীক গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱাত আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিছে নন্দিনী কাশ্যপক।…