নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

🔹 বন্ধুৰে মিলি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলাল স্বামী আব্দুল বিশেষ বাৰ্তা, ২৫ জুলাই : নিশাৰ মহানগৰীত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। মহানগৰীৰ ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৬ বছৰ পূৰ্বে বিবাহপাশত…

ডুবাইত এছিয়া কাপ আয়োজনৰ পক্ষত বিচিচিআই, সমুখসমৰত IND vs PAK

IND vs PAK : এছিয়া কাপ ২০২৫ক লৈ আঁতৰিল জটিলতা৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণৰ পিছতে এছিয়া কাপ আয়োজনক লৈ থকা অনিশ্চয়তাৰ অন্ত পৰিল৷ বৃহস্পতিবাৰে ঢাকাত অনুষ্ঠিত এছিয়ান ক্রিকেট পৰিষদৰ বার্ষিক সাধাৰণ সভাত এছিয়া কাপৰ সন্দর্ভত আলোচনা কৰা হয় য’ত…

আলফাৰ লিংকমেনৰ অভিযোগত এজনক আটক চৰাইদেউ আৰক্ষীৰ

ডিমাপুৰৰ পৰা আটক আলফা(স্বা) আৰু NSCNৰ লিংকমেন। নিষিদ্ধঘোষিত সংগঠনৰে যোগাযোগৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে আটক কৰে সুপ্ৰীতম কৌৰক। বৰ্তমান সোণাৰি আৰক্ষী থানাত সুপ্ৰীতম কৌৰক জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে। সুপ্ৰীতম কৌৰৰ ঘৰ তেজপুৰত বুলি জানিব…

তাপমাত্রা বৃদ্ধিত উদ্বিগ্ন বিজ্ঞানী

পৃথিৱীৰ তাপমাত্রা বৃদ্ধিয়ে উদ্বিগ্ণ কৰি তুলিছে বিজ্ঞানী মহলক৷ অভাৱনীয় হাৰত বিশ্বৰ প্রতিটো প্রান্তে প্রান্তে তাপমাত্রা বৃদ্ধিয়ে আমি বাস কৰা গ্রহটোৰ অস্তিত্বৰ প্রতিও অশনি সংকেত নমাই আনিছে৷ উত্তৰ গোলার্ধৰ পৰা দক্ষিণ গোলার্ধলৈকে দেশসমূহত…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৫ জুলাই, শাওণ মাহৰ ৮ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : পুষ্যা, যাত্রা : শুভ মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ সন্তানৰ শুভ৷ বৃষ : শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাৰি দিন পিছতে ১০০ৰো অধিক পাইলটে কৰিছিল ‘ছুটী’ৰ আবেদন

নিউজ ডেস্ক, ২৪ জুলাই : আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাৰি দিন পিছতে এয়াৰ ইণ্ডিয়াৰ ১০০ৰো অধিক পাইলটে ‘চিকিৎসাজনিত ছুটী’ৰ বাবে আবেদন জনাইছিল। বৃহস্পতিবাৰে সংসদত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য আগবঢ়ায় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী মুৰলীধৰ মোহলে।…

আঞ্চলিক বিজ্ঞান কেন্দ্র, গুৱাহাটীত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্র, গুৱাহাটীত ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নদুৱাৰ ৰাজহ চক্ৰৰ দক্ষিণ চতিয়াৰ জলাহ ভূমিত ব্যাপক বেদখল

🔹 উচ্ছেদ বিচাৰি ৰাজহ চক্ৰত আবেদন  নিয়মীয়া বাৰ্তা, ২৪ জুলাই : অসম চৰকাৰে শেহতীয়াকৈ বনাঞ্চল, চৰকাৰী মাটি আৰু  জলাহ ভূমিত ব্যাপক হাৰত হোৱা বেদখল উচ্ছেদ কৰিবলৈ আইনসংগতভাৱে ব্যৱস্থা গ্ৰহণ কৰাত ৰাজ্যখনৰ সৰ্বস্তৰৰ ৰাইজে আদৰণি জনাইছে ৷ ৰাজ্যখনৰ…

ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমত ৮৮২টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৫ আগষ্ট ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তৰফৰ পৰা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ৰহাত কৃষি সামগ্ৰী যোগানৰ নামত দালালৰ ধন সংগ্ৰহ

🔹 কোনো লোককে ধন নিদিবলৈ আহ্বান সহকাৰী কাৰ্যবাহী অভিযন্তাৰ নিয়মীয়া বাৰ্তা, ৰহা, ২৪ জুলাই : ৰহা সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি) কাৰ্যালয়ৰ অন্তৰ্গত মৰিগাঁও জিলাৰ এলেকাধীন বিভিন্ন অঞ্চলৰ কৃষকৰ পৰা কৃষি বিভাগৰ ঠিকাদাৰ নামধাৰী একাংশ দালালে…