ৰহাত কৃষি সামগ্ৰী যোগানৰ নামত দালালৰ ধন সংগ্ৰহ
🔹 কোনো লোককে ধন নিদিবলৈ আহ্বান সহকাৰী কাৰ্যবাহী অভিযন্তাৰ
নিয়মীয়া বাৰ্তা, ৰহা, ২৪ জুলাই : ৰহা সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি) কাৰ্যালয়ৰ অন্তৰ্গত মৰিগাঁও জিলাৰ এলেকাধীন বিভিন্ন অঞ্চলৰ কৃষকৰ পৰা কৃষি বিভাগৰ ঠিকাদাৰ নামধাৰী একাংশ দালালে…