নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ভাৰতৰ ৫২টা সামৰিক উপগ্রহ

চুবুৰীয়া চিৰবৈৰী পাকিস্তানৰ লগতে প্রতিবেশী ৰাষ্ট্র চীনৰ আগ্রাসী নীতি ভাৰতৰ বাবে সদায়ে উদ্বিগ্ণতাৰ বিষয় হৈ আহিছে৷ চিৰবৈৰী ৰাষ্ট্র পাকিস্তানে ভাৰতক অশান্ত কৰাৰ বাবে সীমান্তৰ সিপাৰৰ পৰা সন্ত্রাসবাদী কার্যকলাপক উচটনি দি আহিছে৷ পাকিস্তানে…

টীম মাজুলীৰ উদ্যোগত নামনি মাজুলীত বিনামূলীয়া পাঠদান আৰম্ভ 

মাজুলীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন টীম মাজুলীৰ উদ্যোগত নামনি মাজুলীত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আৰম্ভ হৈছে। নামনি মাজুলীৰ কৰদৈগুৰিৰ অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ হোৱা উক্ত বিনামূলীয়া পাঠদানৰ উদ্বোধনী অনুষ্ঠানত  বন্তি প্ৰজ্বলন…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৫ জুলাই, আহাৰ মাহৰ ২০ তাৰিখ শনিবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : চিত্রা, যাত্রা : মধ্যম মেষ : আর্থিকত বাধা দেখা নাযায়৷ কর্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব৷ শৰীৰ মধ্যম৷ ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব৷ বৃষ : দিনটো উৎসাহজনক…

হাগ্ৰামাক আমি পাহৰি যাব খুজিছোঁ। হাগ্ৰামা মূৰ্খ মানুহ, বুৰ্বক মানুহ…

বাক্সা জিলাৰ শালবাৰীত সংখ্যালঘু যুৱকৰ ৰূপত দেখা গ'ল বিটিআৰৰ কাৰ্যবাহী সদস্য  ৰাকেশ ব্ৰহ্মক। শালবাৰীৰ কমলাবাৰী ষ্টেডিয়ামত অনুষ্ঠিত বাক্সা জিলা ভিত্তিত বডোলেণ্ড চি ই এম কাপত অন্য ৰূপত ৰাকেশ ব্ৰহ্ম। বিটিআত এজনো সংখ্যালঘুৰ প্ৰতিনিধি নহোৱা বাবে…

ধুবুৰীত ৰাষ্ট্ৰীয় ঘাইপথত স্কুটীত উদ্ধাৰ নিষিদ্ধ মাংস 

🔹 পশ্চিমবংগৰ পৰা অনা গো-মাংসসহ আটক তুফানগঞ্জৰ নাজমাল মিঞা নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ জুলাই : শেহতীয়াকৈ বিশেষ কোনো চক্ৰই চুবুৰীয়া পশ্চিমবংগৰ পৰা ধুবুৰী জিলালৈ সৰবৰাহ কৰিবলৈ লৈছে গো-মাংস। বিভিন্ন মহলৰ সেই সন্দেহ সত্যত পৰিণত কৰি আজি…

ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ উৰ্ফি জাভেদ-ক ধ*ৰ্ষ*ণৰ ভাবুকি!

ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ উৰ্ফি জাভেদ-এ ৰিয়েলিট শ্ব’ ‘দ্য ট্ৰেইটাৰ্ছ’ জয় কৰাৰ পিছত ইনষ্টাগ্ৰামত তেওঁৰ প্ৰথম পোষ্ট শ্বেয়াৰ কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উৰ্ফিয়ে তেওঁৰ যাত্ৰাৰ কথা কৈছে— ২০২১ চনত বিগ বছ অটিটিত এসপ্তাহৰ ভিতৰতে…

প্ৰাপ্তবয়স্ক মগজুৱে বৃদ্ধ বয়সলৈকে উৎপন্ন কৰে নিউৰ’ন, গৱেষণাত প্ৰমাণ

নিউৰ’ন : প্ৰাপ্তবয়স্ক মগজুৱে নতুন নিউৰ’ন সৃষ্টি কৰিব পাৰেনে? এটা নতুন গৱেষণাই এই বিষয়ে নিৰ্দিষ্ট প্ৰমাণ আগবঢ়াইছে যে এইটো সম্ভৱ। বছৰ বছৰ ধৰি প্ৰাপ্তবয়স্ক মানৱ মগজুৰ নতুন নিউৰ’ন সৃষ্টিৰ ক্ষমতা নিউৰ’বিজ্ঞানত বিতৰ্কৰ বিষয় হৈ আহিছে। কিন্তু…

লেণ্ড পর্টছ অথৰিটী অৱ ইণ্ডিয়াত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১০ জুলাই লেণ্ড পর্টছ অথৰিটী অৱ ইণ্ডিয়াই বিভিন্ন ৰাজ্যত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

পাকিস্তানৰ ৮১ শতাংশ সামৰিক সজ্জা চীনৰ, সেনাৰ উপ-প্ৰধানৰ বিস্ফোৰণ

সামৰিক সজ্জা : ডেপুটী চীফ অৱ আৰ্মী ষ্টাফ (কেপেবিলিটি ডেভেলপমেন্ট আৰু ছষ্টেইনেঞ্চ) লেফটেনেন্ট জেনেৰেল ৰাহুল আৰ সিঙে গুৰুত্বপূর্ণ মন্তব্যত কয় যে “পাকিস্তানৰ ৮১ শতাংশ সামৰিক সজ্জা চীনৰ” আৰু ভাৰতৰ অপাৰেছন সিন্দূৰত চীনে পাকিস্তানক সম্ভৱ সকলো…

লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যাৰ পদ খাৰিজ

🔹 জিলা আয়ুক্তই জাৰি কৰিলে নিৰ্দেশনা নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৪ জুলাই : লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুমকুৰা গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা গুল মেহেৰা খাতুন আৰু ৯নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা এলিজা বেগমৰ সদস্যা পদ খাৰিজ কৰা…