নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অপেক্ষাৰ অন্ত : কাইলৈ নৱনিৰ্মিত ৰুক্মিণীগাঁও উৰণ সেতু মুকলি

গুৱাহাটী মহানগৰৰ যাত্ৰীসকলৰ বাবে বহুদিনৰ অপেক্ষাৰ অন্ত পেলাবলৈ নতুনকৈ নিৰ্মিত ৰুক্মিণীগাঁও উৰণ সেতুখন কাইলৈ মুকলি কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুখন আনুষ্ঠানিক উদ্বোধন কৰিব, যিয়ে গুৱাহাটীৰ দ্ৰুত বাঢ়ি অহা যান-জঁটক…

দলং-টানেল থকা ৰাষ্ট্ৰীয় পথত টোল মাচুল ৫০% হ্ৰাস

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ (NH)-ৰ কিছুমান বিশেষ অংশৰ টোল মাচুল ৫০ শতাংশলৈকে হ্ৰাস কৰিছে। যি ঘাইপথত টানেল, দলং (bridge), ফ্লাইঅভাৰ বা উচ্চ পথ (elevated stretches) আছে, সেই স্থানত এই হ্ৰাসকৃত টোল হাৰ প্ৰযোজ্য হ’ব। এই পদক্ষেপৰ ফলত…

নামৰূপৰ বিশিষ্ট তবলাবাদক নিৰ্মল বুঢ়াগোহাঁইৰ বিয়োগ

🔹 দল-সংগঠন, গুণমুগ্ধৰ শোক প্ৰকাশ নিয়মীয়া বাৰ্তা, নামৰূপ, ৫ জুলাই : নামৰূপৰ বিশিষ্ট তবলাবাদক নিৰ্মল বুঢ়াগোহাঁইৰ (৫৩) আকস্মিক বিয়োগে সমগ্ৰ নামৰূপত শোকৰ ছাঁ পেলাইছে। নামৰূপৰ খেৰেমিয় গাঁৱৰ বাসিন্দা ভোগেশ্বৰ বুঢ়াগোহাঁই আৰু দিব্যলতা…

দেশৰ দ্বিতীয় ৰে’ল দলঙৰ নিৰ্মাণ শেষ হোৱাৰ পথত, আনুমানিক খৰচ ২.৬৯ বিলিয়ন টকা

খুৰ্দা ৰোড–বালাংগিৰ নতুন ৰেলপথৰ লগত জড়িত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰেলৱে দলংখনৰ কাম আগবাঢ়ি আছে। বুগুডা আৰু বনীগোছা ষ্টেচনৰ মাজত ৪.৭৭ কিমি দৈৰ্ঘ্যৰ এই বৃহৎ ৰেল সেতুখন ২০২৬ চনৰ আগষ্ট মাহত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি ইষ্ট কষ্ট ৰেলৱে…

আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষ-৫ত জয়ছোৱাল, শীৰ্ষত ৰুট

আইচিচি টেষ্ট ৰেংকিং : আইচিচিৰ টেষ্ট বেটিং ৰেংকিঙত যথেষ্ট ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। ইংলেণ্ডৰ জো ৰুটে পুনৰ এবাৰ শীৰ্ষ স্থান দখল কৰিছে। তেওঁৰ লগতে হেৰী ব্ৰুক, কেন উইলিয়ামছন, যশস্বী জয়ছোৱাল আৰু ষ্টিভ স্মিথেও শীৰ্ষ ৫ত নিজৰ স্থান অটুট ৰাখিবলৈ…

আফগানিস্তানক আনুষ্ঠানিক স্বীকৃতি প্রদান কৰা প্রথম দেশ ৰাছিয়া

🔹 ঐতিহাসিক কূটনৈতিক সিদ্ধান্ত মস্কোৰ নিউজ ডেস্ক, ৫ জুলাই : ঐতিহাসিক কূটনৈতিক পদক্ষেপ গ্রহণ কৰি ৰাছিয়াই আনুষ্ঠানিক স্বীকৃতি দিলে তালিবানশাসিত আফগানিস্তানক৷ দেশখনক স্বীকৃতি দিয়া বিশ্বৰ প্রথম ৰাষ্ট্র হ’ল ৰাছিয়া৷ ২০২১ চনৰ পৰা তালিবানশাসিত…

টেক্সাছত বানপানীৰ তাণ্ডৱ, ১৩জনৰ মৃত্যু, নিখোজ ২০

দক্ষিণ-মধ্য টেক্সাছত বানপানীৰ তাণ্ডৱ, য'ত অন্ততঃ ১৩জন লোকৰ মৃত্যু ঘটিছে আৰু গ্ৰীষ্মকালীন শিবিৰৰ ২০ৰো অধিক ছোৱালী নিখোজ হৈ পৰিছে। গুৱাডালুপে নদী কেৱল ৪৫ মিনিটত ৰেকৰ্ডভঙা ২৬ ফুট ওফৰি উঠিছিল, যাৰ ফলত স্থানীয় বাসিন্দা আৰু শিবিৰত থকা শিশুসকল…

মার্কিন ফাৰ্ষ্ট লেডী মেলানিয়া ট্রাম্পক বিতাড়নৰ দাবী

🔹 আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ প্রব্রজন নীতিক লৈ ক্ষুণ্ণ একাংশ নাগৰিক নিউজ ডেস্ক, ৫ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রত দ্বিতীয়টো কার্যকালৰ বাবে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিয়েই ড’নাল্ড ট্রাম্পে কঠোৰ প্রব্রজন নীতিৰে অবৈধ প্রব্রজনকাৰীক বিভিন্ন…

ধুবুৰীত SI-ASI পৰ্যায়ত ব্যাপক ৰদবদল, স্থানান্তৰিত ৩৭, ৰিজাৰ্ভ ক্ল’জ ২

ধুবুৰী জিলা আৰক্ষীৰ এছআই আৰু এএছআই পৰ্যায়ৰ বিষয়াৰ ব্যাপক সালসলনি কৰা হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে যোৱাকালি ৪ জুলাইৰ দিনা জিলাখনৰ ৩৭গৰাকীকৈ এছআই আৰু এএছআইক নিজ নিজ কৰ্মস্থলীৰ পৰা বদলি…

ইউনিছেক্স চেলুন পাৰ্লাৰ-স্পাত আৰক্ষীৰ অভিযান, আপত্তিজনক বস্তু উদ্ধাৰ

ইউনিচেক্স পাৰ্লাৰৰ নামত অনৈতিক কাৰ্যকলাপ চলাই অহা কোকৰাঝাৰ সদৰ চহৰৰ তিনিখনকৈ পাৰ্লাৰ/স্পা / চেলুনত কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই পাৰ্লাৰৰ গৰাকী, মেনেজাৰ সহ ১৫জনকৈ যুৱক-যুৱতীক আটক কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে…