নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হিমাচল প্ৰদেশত গভীৰ খাৱৈত পৰিল পৰ্যটকৰ বাহন, ৮জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, ৩১ মে' : হিমাচল প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাহন গভীৰ খাৱৈত পৰি যোৱাৰ ফলত ৮জন পৰ্যটকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত দুটি শিশুও আছে। হিমাচল প্ৰদেশৰ চম্বা জিলাৰ চুৰাহ…

চীনৰ মৰুভূমিত সাজু ৮০টা পাৰমাণৱিক মিছাইল, চিন্তিত বিশ্ব

ডিজিটেল ডেস্ক, ৩১ মে’ : চীনৰ শেহতীয়া কাম–কাজে চিন্তিত কৰি তুলিছে বিশ্ববাসীক৷ বিশেষকৈ আমেৰিকান বিজ্ঞানী ফেডাৰেচনৰ পাৰমাণৱিক তথ্য প্রকল্পৰ সঞ্চালক হান্স ক্রিষ্টেনছেনে প্রকাশ কৰা এক তথ্যত হতবাক হৈ পৰিছে আমেৰিকাবাসী৷ নতুন ছেটেলাইট ছবিয়ে চীনৰ…

মানকাচৰত নিচাগ্ৰস্ত অৱস্থাত ৯ যুৱকক আটক কৰি নিচামুক্ত কেন্দ্ৰলৈ প্ৰেৰণ

ডিজিটেল ডেস্ক, মানকাচৰ, ৩১ মে’ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এক ধাৰাবাহিক আৰু তীব্ৰ অভিযান। এই অভিযানৰ ফলস্বৰূপে মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ড্ৰাগছ সেৱন কৰি থকা…

এজাৰৰ ৰঙেৰে ৰঙীন ঢকুৱাখনা, আকাশ বেঙুনীয়া কৰি ফুলিছে এজাৰ

ডিজিটেল ডেস্ক, ঢকুৱাখনা, ৩১ মে' : ঋতু পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিয়ে যেন এতিয়া নতুন সাজেৰে সজাই তুলিছে নিজকে। মানুহৰ হাই-উৰুমি, ক্ষন্তেকীয়া ঔদ্ধত্যক নস্যাত কৰি প্ৰকৃতিয়ে পালন কৰিছে চিৰাচৰিত নিয়ম। বসন্তৰ মৃদু সুবাসক বিদায় জনাই নৱ সজীৱতাৰ…

নগাঁৱৰ জাজৰিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

ডিজিটেল ডেস্ক, ৩১ মে' : নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজন জাজৰি বগৰীগুৰিৰ ৰিংকু দাস। অভিযোগ অনুসৰি, মৰিগাঁৱৰ গেৰুৱাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৰিংকু দাসৰ।…

চামগুৰিৰ কাছখাইতীত নিশা বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, ৩১ মে' : চামগুৰিৰ কাছখাইতীত নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কাছখাইতীৰ মৰ্ডান আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নিশা সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জ্বলি ছাৰখাৰ হ‌য় স্কুলখনৰ মূল কাৰ্যালয়টোৰ লগতে…

৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ঘোষণা

ডিজিটেল ডেস্ক, ৩১ মে' : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । অহা ৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ । আজি (৩১ মে’ত) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে । সামাজিক মাধ্যম এক্সত এটা…

দিল্লীৰ ভূ-পৃষ্ঠৰ তাপমাত্রাই পাৰ কৰিব ৬০ ডিগ্রী চেলছিয়াছ

ডিজিটেল ডেস্ক, ৩১ মে’ : ভয়ংকৰ গৰমে দহিছে দেশৰ ৰাজধানী চহৰ৷ দিল্লী এতিয়া লাহে লাহে ৰূপান্তৰিত হৈছে জ্বলন্ত অগ্ণিকুণ্ডলৈ৷ চেণ্টাৰ ফৰ ছায়েঞ্চ এণ্ড এনভাইৰনমেণ্ট (চিএছই) নামৰ সংস্থাটোৱে প্রকাশ কৰা এক চাঞ্চল্যকৰ মানচিত্রই উদঙাই দিছে এক ভয়াৱহ…

আহমেদাবাদত আজি আইপিএলৰ ফাইনেলত গুজৰাট-বেংগালুৰুৰ মহাৰণ

ডিজিটেল ডেস্ক, ৩১ মে’ : দুমাহজোৰা প্রতীক্ষাৰ অন্ত৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট লীগ আইপিএলৰ বহু প্রতীক্ষিত ফাইনেল মেচখন আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিগত ২৮ মার্চৰ পৰা দেশৰ ১৩টা ভেন্যুত…

৩১ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ মে’, জেঠ মাহৰ ১৬ তাৰিখ দেওবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ হেৰুওৱা সম্পদ পুনৰ প্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ বৃষ : বৈষয়িক…