পশ্চিম নলবাৰী ৰঙালী বিহুত অৰ্ধশতাধিকৰ ৰক্তদান
ডিজিটেল ডেস্ক, চামতা, ২৬ এপ্রিল : চামতাৰ পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনত আজি অর্ধশতাধিক লোকে ৰক্তদান কৰে। বিগত বৰ্ষবোৰৰ লেখিয়াকৈ এইবেলিও নলবাৰী জিলাৰ চামতাৰ বালিপথাৰত উদযাপিত ৭৩সংখ্যক পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনত দেওবাৰে অন্যান্য…