‘সাৰ্থক-PDS’ আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটৰ এই সিদ্ধান্তৰ ফলত দেশৰ ৮০ কোটি ৰেচন গ্ৰহণকাৰী লোক প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব। চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS -…