নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Prime Minister Narendra Modi

পৰৱর্তী পাঁচ বছৰত প্রতিৰক্ষা ৰপ্তানি ৩৫,০০০ কোটিলৈ বৃদ্ধিৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ লক্ষ্ণৌত বুধবাৰৰে পৰা পাঁচদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা ‘ডিফেন্স এক্সপ’–২০২০’ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই দ্বিবার্ষিক ডিফেন্স এক্সপ’ত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে অহা পাঁচ বছৰৰ ভাৰতৰ…

২১ শতিকাৰ ভাৰতৰ ৰাজধানীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব এই নিৰ্বাচনে !

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ "দিল্লীৰ লোকসকলৰ ভোট আৰু চিন্তাই দেশৰ বিকাশৰ ক্ষেত্ৰত আগুৱাই যোৱাত সফল ভূমিকা আগবঢ়াইছে । দিল্লী কেৱল এখন চহৰেই নহয়, দিল্লীখন হৈছে আমাৰ দেশৰ এক আত্মা ।"- দিল্লীত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই…

“কাৰ বিৰুদ্ধে ৰাজনৈতিক খেল বন্ধ কৰক”- প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে । লগতে কয় যে এতিয়া পাকিস্তানক উত্তৰ দিয়া হ'ব সংখ্যালঘু লোকসকলক কিয় তাত নৃশংস অত্যাচাৰ চলোৱা হয় । মোদীয়ে আৰু…

ডিচেম্বৰত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে-নৰেন্দ্ৰ মোদীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহক বিশ্ব মানচিত্ৰত তুলি ধৰাৰ লক্ষ্যৰে অহা ডিচেম্বৰ মাহৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডো-জাপানিজ বাৰ্ষিক শীৰ্ষ সন্মিলন । এই সন্মিলনক লৈয়ে এতিয়া নতুন দিল্লীৰ লগতে ব্যস্ততা বাঢ়িছে…

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন চি নেতা শাৰদ পাৱাৰৰ

নিউজ ডেস্ক ২০ নৱেম্বৰঃ মহাৰাষ্ট্ৰ চৰকাৰ গঠনক লৈ চলি থকা শিৱসেনা, এন চি পি, আৰু কংগ্ৰেছৰ মাজত চলি থকা কুচকাৱাজৰ মাজতেই এন চি পিৰ নেতা শাৰদ যাদৱে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। উল্লেখ্য যে এই সাক্ষাৎকাৰৰ সময়ত কেৱল…

২০২০ ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ’ব জেইৰ’ ব’লচোনাৰ’

নিউজডেস্ক, ১৫ নৱেম্বৰঃ ২০২০ চনত ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ' ব'লচোনাৰ'ৱে । ১১ সংখ্যক ব্ৰিকছ সন্মিলনত অংশ ল'বলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি গণৰাজ্য…