SDO সঞ্জয় তামুলীক জে’ললৈ প্ৰেৰণ CIDৰ
- মীন বিভাগত দুৰ্নীতি কৰি CIDৰ জালত মীন বিভাগৰ SDO
- ধৃত SDO সঞ্জয় তামুলীক জে’ললৈ প্ৰেৰণ CIDৰ
- চৰকাৰী পুঁজি পৰিয়াল-বন্ধুৰ নামত আবন্টন দি আত্মসাৎ প্ৰায় ২.৫০ কোটি টকা
- বিগত ২০২১ চনৰ পৰা সংঘটিত কৰিছিল এই কেলেংকাৰি
- CID থানাত সঞ্জয়ৰ বিৰুদ্ধে ৰুজু হৈছিল ১৬/২৫ নম্বৰৰ গোচৰ
- সেই গোচৰৰ ভিত্তিত CIDৰ জালত পৰিছিল বিষয়াগৰাকী।
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ