চতুৰ্থ দিনৰ বাবে চক্ৰপাণি পৰাশৰক তলব CIDৰ
জুবিনৰ ঘটনাৰ পাছত শেখৰজ্যোতি গোস্বামীৰ পৰা চক্ৰপাণি পৰাশৰে লৈছিল Exclusive সাক্ষাৎকাৰ
- চতুৰ্থ দিনৰ বাবে চক্ৰপাণি পৰাশৰক তলব CIDৰ
- ডিব্ৰু-ছৈখোৱাত জুবিনৰ সৈতে চক্ৰপাণিয়ে লৈছিল এক সাক্ষাৎকাৰ
- জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ পাছত শেখৰজ্যোতি গোস্বামীৰ পৰা চক্ৰপাণি পৰাশৰে লৈছিল Exclusive সাক্ষাৎকাৰ
- সেই সন্দৰ্ভত চক্ৰপাণি পৰাশৰে লিখিত ভাষ্য দিব ল’ব লগা হৈছে SITক
- লিখি শেষ নোহোৱাৰ বাবেই আজি SITলৈ পুনৰ আহিব লগা হৈছে বুলি মন্তব্য চক্ৰপাণি পৰাশৰৰ।
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ