বামুণীমৈদামত ছুৰিকাঘাত, আহতক GMCHত ভৰ্তি
হানিফ আলীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ধৃত আকিৰুলে
- গুৱাহাটীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা
- বামুণামৈদাম বজাৰত এজনক ছুৰিকাঘাত
- আকিৰুল আলী নামৰ এজন যুৱকে হানিফ আলী নামৰ এজন লোকক ছুৰীৰে আঘাত কৰে
- হানিফ আলীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ধৃত আকিৰুলে
- মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হানিফ আলীক ইষ্ট এণ্ড নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে নাৰ্চিং হোম কৰ্তৃপক্ষই।
ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ