নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় সংস্কৃত বিশ্ববিদ্যালয়ত ৫৯টা পদত নিযুক্তিৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রালয়ৰ অধীনস্থ নতুন দিল্লীৰ কেন্দ্রীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা শিক্ষক আৰু অনা–শিক্ষক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

You might also like