নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী আইআইটিত ১৭টা কনিষ্ঠ সহায়কৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৩ জানুৱাৰী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, গুৱাহাটীত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে এক নিয়োগ বিবৃতিযোগে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like