মিজোৰামত পুনৰ ৫ জনৰ দেহত ক’ভিড পজিটিভ; আক্ৰান্তৰ সংখ্যা ২৩৮ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৫ জুলাই: মিজোৰামত ৫ টা নতুন ক’ৰোনা পজিটিভৰ ঘটনা পোহৰলৈ আহিছে । যাৰ পাছতে উত্তৰ-পূবৰ ৰাজ্য মিজোৰামত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ২৩৮ জনলৈ বৃদ্ধি পাইছে ।
ইপিনে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ৭৯ জন ৰোগীয়ে ক’ভিডৰ চিকিৎসা গ্ৰহণ কৰি আছে । লগতে ১৫৯ জন লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে ।
Mizoram reports 5 new #COVID19 positive cases; the total number of cases in the state stands at 238 including 79 active cases and 159 cured/discharged: State Chief Minister, Zoramthanga pic.twitter.com/0MxObL6Lpw
— ANI (@ANI) July 15, 2020