নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আৰম্ভ হ’ব নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ আজিৰ পৰা আৰম্ভ হ’ব ২০১৯ বৰ্ষৰ হৰ্ণবিল উৎসৱ । নাগালেণ্ডৰ ঐতিহাসিক কিছমা গাঁৱত দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই উৎসৱ দেওবাৰে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱে উদ্বোধন কৰিব । উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ মাজত ভাৱবিনিময়ৰ বিকাশ আৰু নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে, নাগালেণ্ড চৰকাৰে ২০০০ চনৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহটোত হৰ্ণবিল উৎসৱ পালন কৰি আহিছে ৷ ইপিনে এই উৎসৱত জাকজমকাতৰে বিভিন্ন নৃত্য পৰিবেশন, নগা পাৰম্পৰিক খেলধেমালি, নগা খাদ্যৰ পৰিবেশন আদি অনুষ্ঠিত হয় ৷

You might also like